Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Apsc :এপিএছচিক লৈ চিআইডিৰ নিজাববীয়া গোচৰ ৰুজু

অৰ্হতাহীনভাৱে অধ্যক্ষ নিযুক্তি লাভ কৰিছিল

publisher by publisher
May 21, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Apsc :এপিএছচিক লৈ চিআইডিৰ নিজাববীয়া গোচৰ ৰুজু
0
SHARES
3
VIEWS
ShareShareShareShare

Apsc :

ADVERTISEMENT

অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত কেলেংকাৰিৰ বিচাৰ চলি থকাৰ মাজতে এইবাৰ ৰাকেশ পালৰ নিযুক্তিক লৈ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)-এ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে।

RelatedPosts

Illegal Recruitment in SCERT:ৰহস্যৰ আৱৰ্তত ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সহকাৰী সঞ্চালক হিমশিখা তালুকদাৰৰ নিযুক্তি

HC rejected the bail application of Monalisa Goswami:তদানীন্তন পর্যটন সঞ্চালক মনালিছা গোস্বামীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

Hagrama Mohilary :বিটিচিৰ মুৰব্বীৰূপে শপত গ্ৰহণৰ পাছতে হাগ্ৰামাৰ হুংকাৰ

অৱশ্যে এপিএছচিক কলংকিত কৰা অধ্যক্ষজনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হোৱা নাই। পালৰ নিযুক্তিত বিশেষভাৱে তৎপৰ হোৱা বুলি অভিযোগ উত্থাপিত তদানীন্তন অসম চৰকাৰৰ আইন বিভাগৰ উপ-সচিব এম বৰভূঞাৰ বিৰুদ্ধেহে এই গোচৰটো ৰুজু কৰা হৈছে। ২৯/২০২৫ নম্বৰত ৰুজু কৰা গোচৰটোত বৰভূঞাৰ গ্ৰেপ্তাৰো নিশ্চিত বুলি সূত্রই সদৰী কৰে।

উল্লেখ্য যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্রতিবেদনত ৰাকেশ পালৰ নিযুক্তি অনিয়মৰে সম্পন্ন হৈছিল বুলি উল্লেখ আছে। অধ্যক্ষৰ পদত বহিবলৈ পালৰ অৰ্হতাই নাছিল; অথচ তেওঁক স্থায়ী অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল। এপিএছচিৰ অধ্যক্ষ নিযুক্তিত কর্তৃত্ব আছিল মুখ্যমন্ত্ৰীৰ। অভিযোগ অনুসৰি, তদানীন্তন উপ-সচিবজনে পালক কিদৰে অধ্যক্ষৰ আসনত বহুৱাব পাৰি, তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল। পালৰ নিযুক্তি প্রক্রিয়াটো সম্পূর্ণ হ’ব লাগিছিল চৰকাৰী কাৰ্যালয়ত।

তাৰ পৰিৱৰ্তে গুৱাহাটীৰ এখন হোটেলত বহিয়ে স্থায়ী অধ্যক্ষৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। এই সকলোতে বৰভূঞাই বিশেষ সক্রিয়তা প্ৰদৰ্শনৰ অভিযোগ আছে। সেয়েহে বৰভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তদুপৰি ৰাকেশ পালৰ পলাতক ভ্রাতৃ ৰাজেশ পালৰ নামো এই অনিয়মত সাঙোৰ খাই আছে। চিআইডিৰ সূত্রই সদৰী কৰা অনুসৰি, শীঘ্ৰে অভিযুক্তক তলব কৰি সোধপোছ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSCcbi new case filledIllegal AppointmentRakesh Paul
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d