SIT Summoned :
লোকসভাৰ বিৰোধী উপ-দলপতি তথা প্রদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰি থকা এছআইটিয়ে পত্নীসহ সাংসদ গৌৰৱ গগৈক তলবৰ বাবে চলাইছে প্ৰস্তুতি ৷
ADVERTISEMENT
উল্লেখ্য যে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক তলবৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ
প্ৰয়োজনীয় অনুমতি বিচাৰিব এছ আইটিয়ে ৷