Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

publisher by publisher
May 27, 2025
in Assam, News
Reading Time: 2 mins read
0
Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁৱৰ বাপুজী মন্দিৰত এহেজাৰ মানুহে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’

Inauguration of Tiyak Equal District Office :টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ 

হেকাৰৰ কৱলত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট

Liquor shop permits suspended:

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত আবকাৰী বিভাগে সুৰাৰ বিপণী স্থাপনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাক লৈ ব্যাপক প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত এই সিদ্ধান্ত স্থগিত ৰাখিছে বিভাগে। বিভাগীয় মন্ত্রী অতুল বৰাই এই সন্দৰ্ভত কয় যে আবকাৰী বিভাগে বৰ্তমানৰ ‘অসম আবকাৰী বিধি’ অনুসৰি গুৱাহাটীৰ এখন প্ৰখ্যাত উচ্চ শিক্ষানুষ্ঠানৰ নাতিদূৰত ‘আইএমএফএল অন শ্বপ’ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে। বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু আয়ুক্ত জিতু দলেক পৰৱৰ্তী নির্দেশ নোহোৱা পর্যন্ত অনুজ্ঞাপত্ৰখন স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ সমীপত পূৰ্বতেও সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে আবকাৰী বিভাগে পুনৰ সুৰাৰ বিপণী খোলাৰ অনুমতি প্রদান কৰিছিল।

ADVERTISEMENT

যোৱা ২০ মে’ত অসম চৰকাৰৰ আবকাৰী বিভাগৰ যুটীয়া সচিব ডব্লিউ এছ দৈমাৰীয়ে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ ৬৪৪৫৬৩/২১৮ নম্বৰৰ এখন পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে জালুকবাৰীৰ পাণ্ডু সদিলাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাবেৰী দাসক ভাৰতত প্রস্তুত হোৱা বিদেশী সুৰাৰ বাৰ খুলিবলৈ অনুমতি দিয়া হৈছে। লতাশিলৰ বাসিন্দা দাসৰ ইতিমধ্যে সেই স্থানত এখন ৰেস্তোৰাঁ আছে। ‘মেচাৰ্ছ এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট’ক ‘আইএমএফএল অন শ্বপ’ৰ অনুমতি প্রদান কৰা হৈছে। আবকাৰী বিভাগৰ এই পত্ৰই শিক্ষা নগৰীৰূপে চিহ্নিত জালুকবাৰীত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেষত বিভাগে এই সিদ্ধান্ত স্থগিত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Excise Dept.Guwahati UniversityLiquor shop permits suspendedMinister Atul Bora
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d