Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gaurav Gogoi: Banner Poster removed:গুৱাহাটী-নগাঁৱত কর্তৃপক্ষই আঁতৰাই পেলালে গৌৰৱ গগৈৰ আদৰণি বেনাৰ-প’ষ্টাৰ

নলা-জাবৰ পৰিষ্কাৰ কৰিবলৈ সময় নোপোৱা গুৱাহাটী পৌৰ নিগমৰ কাৰ্য নগাঁও পৌৰসভাৰ কাৰ্যক লৈও প্রতিক্রিয়া, বহু ঠাইত ফালি পেলালে দুর্বৃত্তই

publisher by publisher
June 3, 2025
in News, Assam
Reading Time: 2 mins read
0
Gaurav Gogoi: Banner Poster removed:গুৱাহাটী-নগাঁৱত কর্তৃপক্ষই আঁতৰাই পেলালে গৌৰৱ গগৈৰ আদৰণি বেনাৰ-প’ষ্টাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Gaurav Gogoi: Banner Poster removed:

প্রদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি সাংসদ গৌৰৱ গগৈক আদৰণি জনাবলৈ বিভিন্ন স্থানত কংগ্ৰেছৰ নেতা-কর্মীসকলে লগোবা বেনাৰ, প’ষ্টাৰ , হর্ডিংসমূহ গুৱাহাটী আৰু নগাঁৱত আঁতৰাই পেলোৱাক লৈ ব্যাপক চর্চা অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱত কোনো দুর্বৃত্তই সাংসদজনৰ ফটো সম্বলিত প’ষ্টাৰ ফালি পেলোৱাক লৈও প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

উল্লেখ্য যে সোমবাৰে প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব ল’ব লোকসভাৰ বিৰোধী উপ-দলপতি গগৈয়ে। যোৱা ৩১ জুলাইত দিল্লীৰ পৰা সাংসদজন যোৰহাটত উপস্থিত হোৱাৰ পাছত পিতৃগৃহ তিতাবৰত উপস্থিত হৈ ৰাজপথৰে গুৱাহাটী অভিমুখে যাত্রা অব্যাহত ৰাখিছে। এই যাত্রাপথত তেওঁ মৰিয়নি, নাজিৰা, শিৱসাগৰত উপস্থিত হৈ কালি শিৱদ’লত পূজা অর্চনা কৰি জাঁজী, টীয়ক, দেৰগাঁও, বোকাখাত হৈ নিশা নগাঁৱত উপস্থিত হয় আৰু  নিশা গুৱাহাটীত উপস্থিত হয়।

RelatedPosts

Mayor Mrigen Sarania:মহানগৰীৰ বেতকুছিত হ’ব গুৱাহাটী পৌৰ নিগমৰ স্থায়ী কাৰ্য্যালয় : মেয়ৰ মৃগেন শৰণীয়া

GMC:মহানগৰীত অনুজ্ঞাপত্রবিহীন প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰস্থিতি জিএমচিৰ

Water explosion:মহানগৰীত পুনৰ জল বিস্ফোৰণ !

এই যাত্রাপথত কংগ্ৰেছৰ নেতাজনক আদৰিবলৈ কংগ্ৰেছৰ স্থানীয় নেতা-কর্মীসকলে বেনাৰ, প’ষ্টাৰ, হ’র্ডিং লগাইছিল আৰু হেজাৰ হেজাৰ লোকে সাংসদ গগৈক বিভিন্ন স্থানত আদৰণি জনাইছে। তাৰ মাজতে যোৱা নিশা নগাঁৱত সাংসদজনৰ ফটো সম্বলিত প’ষ্টাৰ দুর্বৃত্তই ফালি পেলোৱাৰ বিপৰীতে নগাঁও চহৰত লগোৱা কংগ্ৰেছৰ বেনাৰ, প’ষ্টাৰ, হ’র্ডিংসমূহ আজি পুৱাৰে পৰা নগাঁও পৌৰসভাই আঁতৰাই পেলায়। এই কাণ্ডই ব্যাপক চর্চা লাভ কৰাৰ কিছু সময়ৰ পাছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত লগোৱা বেনাৰ, প’ষ্টাৰ, হ’র্ডিংসমূহ গুৱাহাটী পৌৰ নিগমে আঁতৰাই পেলায়। গৌৰৱৰ আগমনত শংকিত হৈয়ে বিজেপি চৰকাৰে এনেধৰণৰ নিম্ন পর্যায়ৰ কাৰ্যত লিপ্ত হৈছে বুলি কংগ্রেছে অভিযোগ তুলিছে।

ইফালে, গুৱাহাটীত কংগ্রেছে নীতি-বহির্ভূতভাৱে বেনাৰ-প’ষ্টাৰ লগোৱাৰ বাবেই সেইসমূহ আঁতৰাই পেলোৱা হৈছে বুলি মন্তব্য কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। উল্লেখ্য যে জিএছ ৰোড, বেলতলা-ছার্ভে পথত কংগ্রেছে লগোৱা সংসদ গগৈৰ ফটো সম্বলিত প’ষ্ট্ৰৰ, বেনাৰসমূহ গুৱাহাটী পৌৰ নিগমে আঁতৰাই কে’বাখনো বাহনত উঠাই লৈ যায়।

এই ঘটনাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছতে মেয়ৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে বেনাৰ-প’ষ্টাৰসমূহ কালিয়েই লগোৱা হৈছে যদিও কংগ্ৰেছে আজি দিনৰ ভাগতহে অনুমতি বিচাৰি আবেদন কৰিছে। এই সন্দৰ্ভত প্রাক্তন মেয়ৰ তথা কংগ্ৰেছ নেতা কুশল শৰ্মাৰ লগত তেওঁ বার্তালাপ কৰা বুলি উল্লেখ কৰি শৰণীয়াই কয়, ‘প্রাক্তন মেয়ৰ শৰ্মাই মোক অনুমতি প্রদান কৰিবলৈ অনুৰোধ জনাইছিল। অনুমতি দিছো; কিন্তু নীতি-নিয়মৰ মাজত থাকি সকলো হ’ব। সন্ধিয়া পাঁচ বজাৰ ভিতৰত প্রয়োজনীয় মাচুল আদায় দিয়াৰ কথা আছিল যদিও আজি সন্ধিয়া পর্যন্ত তেওঁলোকে আদায় নিদিলে। মাচুল যেতিয়া আদায় দিয়া নাই, তেন্তে অনুমতি এতিয়ালৈকে লাভ কৰা নাই আৰু সেয়েহে নীতি- বহির্ভূতভাৱে লগোৱাৰ বাবেই সেইসমূহ আঁতৰাই দিয়া হৈছে।’ বিজেপিৰ কাৰণে কোনো আইন নাই: তেওঁলোকে য’তে ত’তে মাটি কিনিব-সমদল কৰিব পাৰে |

foto 2ইফালে, এই ঘটনাৰ প্ৰতিক্রিয়া প্রকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘কাইলৈ গৃহমন্ত্রী অমিত শ্বাহ যদি গুৱাহাটীলৈ আহে ৰাতিয়েই বেনাৰ-হ’র্ডিং লাগি যাব আৰু কাৰো অনুমতিৰ প্ৰয়োজন নহয়। ৰাহুল গান্ধীয়ে গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, গৃহমন্ত্রী শাহে গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। বিজেপিৰ কাৰণে কোনো আইন নাই তেওঁলোকে য’তে ত’তে ঘৰ নিৰ্মাণ কৰিব পাৰে, য’তে ত’তে মাটি কিনিব পাৰে, য’তে ত’তে সমদলৰ কৰিব পাৰে। তেওঁলোকৰ কাৰণে কোনো নিয়ম নাই। তেওঁলোকে নিজকে গুৱাহাটীৰ ৰজা বুলি ভাবে।’

# যিপাট শৰ বালীলৈ, সেইপাট সুগ্রীবলৈও সান্দহ খোৱা বালি তল যোৱাৰ ভয়তে এই কার্য

ইফালে, গুৱাহাটী পৌৰ নিগমৰ এই কাণ্ডক লৈ সৰৱ হৈ পৰিছে কংগ্রেছ নেতাসকল সমান্তৰালভাৱে এই বিষয়টোরে সামাজিক মাধ্যমতো ব্যাপক চর্চা লাভ কৰিছে আৰু গুৱাহাটী পৌৰ নিগমে নাগৰিকৰ সমস্যাৰ ক্ষেত্ৰত এইদৰে সক্রিয় হোৱাহেঁতেন বুলিও বিভিন্নজনে কটাক্ষ কৰিছে। আনকি নলাৰ পৰা উঠোৱা জাবৰ এসপ্তাহ-১৫ দিনলৈ উঠাবলৈ সময় নোপোৱা গুৱাহাটী পৌৰ নিগমে সাংসদ গগৈৰ বেনাৰক লৈ ইমান কঠোৰ আৰু সক্রিয় কিয় হ’ল বুলিও প্রশ্ন উত্থাপিত হৈছে।

তাৰ মাজতে অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে এই প্ৰসংগত সৰৱ হৈ কয়, ‘এইদৰে বাহন লৈ বেনাৰ-প’ষ্টাৰ আঁতৰবালৈ যিদৰে সক্রিয় হৈছে, সেইদৰে নলা চাফা কৰিবলৈও সক্রিয়তা প্রদান কৰক।’ লগতে তেওঁ কয়, ‘এখন চৰকাৰ থাকিলে বিৰোধীও জীয়াই থকাটো দৰকাৰ। সাংসদ গগৈক উষ্ম আদৰণি জনাবলৈ আমাৰ কর্মীসকলে অধিক উৎসাহেৰে বেনাৰ প’ষ্টাৰসমূহ লগাইছে। নগাঁৱত বেনাৰ প’ষ্টাৰসমূহ উঠাই লৈ গৈছে। গুৱাহাটীত লগোৱা বেনাৰ-প’ষ্টাৰসমূহো উঠাই নিছে।

মই মুখ্যমন্ত্রীক ক’ব বিচাৰো যে ৰাইজৰ টকাৰে এই বেনাৰ-প’ষ্টাৰসমূহ লগোৱা হোৱা নাই। কোটি কোটি টকা ঋণ লৈ, জনসংযোগৰ টকা খৰচ কৰি দাঁত উলিয়াই উলিয়াই আপোনালোকে যিসমূহ বেনাৰ-প’ষ্টাৰ লগাইছে, সেই ঋণৰ বোজা আমি লওঁ প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈক আদৰিবলৈ যিবোৰ বেনাৰ-প’ষ্টাৰ লগোৱা হৈছে সেয়া আমাৰ কৰ্মীসকলে লগাইছে, ইয়াত বাইজৰ মূৰত ধাৰৰ বোজা নাই।’ প্রসংগত তেওঁ ‘যিপাট শৰ বালীলৈ, একেপাট শৰ সুগ্রীবলৈও’ বুলি মুখ্যমন্ত্রীক উদ্দেশি কয়।

একেদৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে এই সন্দর্ভত কয়, ‘গুৱাহাটী পৌৰ নিগমে বেনাৰ-প’ষ্টাৰসমূহ ফালি দিব পাৰে, খুলি দিব পাৰে; কিন্তু মানুহৰ মনৰ মাজত এতিয়া কংগ্ৰেছ আৰু গৌৰৱ গগৈ আছে।’ এই সন্দর্ভত বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘বিজেপিয়ে চিন্তা কৰিছে যে গৌৰৱ গগৈ অহাৰ পাছত তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব। যাৰ ফলত আদৰণি বেনাৰ-প’ষ্টাৰসমূহ চৰকাৰী বাহন আহি মোহাৰি লৈ গৈছে। শংকিত কিয় হৈছে?’

# নগাঁৱত নিশা দুর্বৃত্তই ফালিলে গগৈৰ হ’র্ডিং

ইফালে, অসম প্রদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গগৈৰ নগাঁও আগমনৰ উপলক্ষে চহৰখনৰ বিভিন্ন স্থানত কংগ্রেছে তেওঁলোকৰ নেতাজনৰ ফটো সম্বলিত বহু বেনাৰ, প’ষ্টাৰ, হর্ডিং আৰু দলীয় পতাকা আঁৰিছিল; কিন্তু যোরা নিশা দুর্বৃত্তই গগৈৰ ফটো সম্বলিত একাংশ হার্ডিং ফালি নষ্ট কৰি পেলায়। বিশেষকৈ গগৈৰ ফটো সম্বলিত প’ষ্টাৰ, হাঁর্ডিংসমূহত গগৈৰ ফটোৰ মুখমণ্ডল কাটি এৰুৱাই বিকৃত তথা নষ্ট কৰে। পূৱা এই ঘটনা পোহৰলৈ অহাৰ পাছত কংগ্ৰেছ নেতা-কর্মীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। নগাঁও জিলা কংগ্রেছে এই কার্যক কাপুৰুষালি আখ্যা দিয়ে।

# নগাঁও পৌৰসভাই আঁতৰালে পতাকা-বেনাৰ-প’ষ্টাৰ-হর্ডিং

আনহাতে, কংগ্রেছ নেতা গগৈক স্বাগতম জনোৱাৰ বাবে যোৱা নিশাৰ ভিতৰতে নগাঁও চহৰৰ পথৰ দাঁতিত আঁৰি দিয়া কংগ্ৰেছৰ পতাকা, বেনাৰ, প’ষ্টাৰ, হার্ডিং আদি আজি পুৱাতে নগাঁও পৌৰসভাৰ কৰ্মচাৰীয়ে ছিতি-ভাঙি লৈ যায়। পৌৰসভাৰ এই কাণ্ডই তীব্র প্রতিক্রিয়া সৃষ্টিকৰে আৰু একাংশ কংগ্ৰেছ কৰ্মীয়ে ইয়াৰ তীব্র প্রতিবাদ কৰি বেনাৰ-প’ষ্টাৰসমূহ লৈ যোৱা পৌৰসভাৰ বাহনৰ সম্মুখত শুই বাধা প্রদান কৰে।

তৎসত্ত্বেও এখন টাটা পিকআপ বাহনত কংগ্ৰেছৰ পতাকা, বেনাৰ, প’ষ্টাৰ, হ’র্ডিংসমূহ লৈ যায়; কিন্তু পৌৰসভাৰ আন এখন বাহন ৰখাই কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই বেনাৰ, প’ষ্টাৰ, হার্ডিংসমূহ বাহনখনৰ পৰা নমাই ৰাখে। এই ঘটনাত প্রদেশ কংগ্ৰেছৰ সম্পাদক হাজৰিকাই চৰকাৰ-প্ৰশাসনক সমালোচনা কৰি কয়, ‘গগৈৰ আগমনত চৰকাৰ শংকিত হৈছে। সেই কাৰণে এনেকৈ কংগ্ৰেছৰ পতাকা, বেনাৰ, প’ষ্টাৰ, হ’র্ডিংসমূহ ছিঙি-ভাঙি লৈ যায়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCC New President Gaurav GogoiBanner Poster removedGMC
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d