Exxtremely hot in Assam:
নেৰানেপেৰা বৰষুণৰ পিছত যোৱা এসপ্তাহৰ ৰাজ্যত অব্যাহত থকা উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ প্ৰখৰ ৰ’দ আগন্তুক কে’বাদিনলৈ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ।
ADVERTISEMENT
আনহাতে উৎকট গৰমৰ ৰাজ্যৰ অধিকাংশ অঞ্চলত কণ কণ শিক্ষাৰ্থী বিদ্যালয়লৈ অহাত অসুবিধাৰ সৃষ্টি হৈছে ৷ যাৰবাবে বিভিন্ন জিলাত পাঠদানৰ সময়সূচী সলনি কৰাৰ বাবে সামাজিক মাধ্যমযোগে জিলা আয়ুক্ত সকলক আহ্বান জনালে শিক্ষামন্ত্রী ডা: ৰনোজ পেগুৱে ৷