Vijay Rupani: * গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ দেহাৱসান।
ADVERTISEMENT
* আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় বিজয় ৰূপানীৰ।
* দুৰ্ঘটনা গ্ৰস্ত বিমানখনত যাত্ৰী তালিকাত তেওঁৰ নাম আছিল ১২ নম্বৰ।
* প্ৰসংগক্ৰমে ২০১৬ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰূপানীয়ে ২০২২ চনৰ নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰিছিল।






























