Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

publisher by publisher
July 22, 2025
in India, News
Reading Time: 1 min read
0
বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াৰ সহকাৰী পাইলটৰ বেগত উদ্ধাৰ গাঞ্জা!

ইৰাণ-ইজৰাইল সংঘাতৰ প্ৰভাৱ: মে’ ৩১লৈকে ইজৰাইললৈ উৰণ স্থগিত এয়াৰ ইণ্ডিয়াৰ 

Air India:✒️বয়িং ৭৮৭ আৰু বয়িং ৭৩৭ বিমানৰ ফিউৱেল কণ্ট্ৰল চুইচ (এফচিএছ)ত কোনো সমস্যা নাই। আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াই সেই ছিৰিজৰ সকলো বয়িং বিমানৰ ইন্ধন চুইচ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়।

ADVERTISEMENT

পৰীক্ষাৰ অন্তত এয়াৰ ইণ্ডিয়াই স্পষ্টকৈ উল্লেখ কৰিছিল যে ফিউৱেল চুইচত কোনো সমস্যা নাই। অৰ্থাৎ বিমান দুৰ্ঘটনাৰ আঁৰৰ দাবীক ভিত্তিহীন বুলি বিমান সংস্থাটোৱে খাৰিজ কৰে।

বিগত ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী পথত এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমান উৰণৰ কেইছেকেণ্ডমানৰ পাছতে মেডিকেল কলেজত খুন্দা মাৰে।

এই দুৰ্ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হয়।এই ঘটনাৰ তদন্ত কৰা বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনত দাবী কৰা হৈছে যে আহমেদাবাদ দুৰ্ঘটনাৰ ঠিক আগতে যেতিয়া বিমানখনে উৰণৰ বাবে গতি বৃদ্ধি কৰিছিল তেতিয়া দুয়োটা ইঞ্জিনৰ ইন্ধন ‘কাট অফ’ মোডলৈ গৈছিল।

তেতিয়াই ইঞ্জিনৰ ইন্ধনৰ যোগান বন্ধ হৈ যায়।ইয়াৰ পাছতে বিমানখনৰ উচ্চতা হ্ৰাস পাবলৈ ধৰাত কেইছেকেণ্ডমানৰ ভিতৰতে পাইলটসকলে বিমানখনৰ ইঞ্জিন দুটাৰ ইন্ধন ‘কাটঅফ’ৰ পৰা ‘ৰাণ’ মোডলৈ ঘূৰাই আনিছিল।

যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। যদিও এটা ইঞ্জিন ষ্টাৰ্ট হৈছিল, আনটো ইঞ্জিন ষ্টাৰ্ট কৰিব পৰা নাছিল।

ফলত ‘থ্রাস্ট’ পোৱা নগ’ল। কিন্তু এই প্ৰতিবেদনক লৈ বিভিন্ন বিতৰ্ক আৰম্ভ হ’ল। বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে ডিজিচিএই ২১ জুলাইৰ ভিতৰত বয়িং বিমানখনৰ এফচিএছ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।

সেই নিৰ্দেশ অনুসৰি এয়াৰ ইণ্ডিয়াই এয়াৰ ইণ্ডিয়াৰ সকলো বয়িং ৭৮৭ বিমান পৰিদৰ্শন কৰে। তাৰ পাছত ১৬ জুলাইত এয়াৰ ইণ্ডিয়াই বয়িং ৭৮৭ বিমানৰ ইন্ধন চুইচত কোনো দোষ নাই বুলি উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰে।

মঙলবাৰে দ্বিতীয় ৰাউণ্ডৰ চূড়ান্ত প্ৰতিবেদনত এয়াৰ ইণ্ডিয়াই জনাইছে যে, তেওঁলোকৰ সকলো বয়িং ৭৩৭ বিমানৰ ইন্ধন চুইচ পৰীক্ষা কৰা হৈছে আৰু তাতো কোনো দোষ পোৱা নগ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ahmedabad Plane CrashAir India
publisher

publisher

Related Posts

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ
India

পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

November 1, 2026
দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে
Entertainment

দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d