Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

পিৰামল ৰিছাৰ্চ এণ্ড মেনেজমেন্ট ইনষ্টিটিউটত সংঘটিত অগ্নিকাণ্ড

bamonimoidam

Devastating fire in Bamonimaidam:

মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ডঅনুৰাধা ছবিগৃহ চৌহদত থকা পিৰামল ৰিছাৰ্চ এণ্ড মেনেজমেন্ট ইনষ্টিটিউটত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

ADVERTISEMENT

অগ্নিকাণ্ডত ইনষ্টিটিউটৰ কাৰ্যালয়ৰ এটা কোঠা জুইত ভস্মীভূত হয় ৷ আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপন গাড়ীয়ে অহৰত চেষ্টাৰ ফলত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে অগ্নিনিৰ্বাপনীৰ তৎপৰতাৰ বাবেই সৌভাগ্যক্রমে ৰক্ষা পৰে অনুৰাধা ছবিগৃহ সহ সমীপৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ।

Exit mobile version