Air india :অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নিৰ্দেশত এয়াৰ ইণ্ডিয়াৰ তিনিজন কৰ্মচাৰীক নিৰাপত্তাৰ সংক্ৰান্ত গাফিলতিৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ।
২১ জুন অৰ্থাৎ আজি ডিজিচিএই এই নিৰ্দেশ জাৰি কৰিছে।তথ্য অনুসৰি,শেহতীয়াকৈ সংঘটিত হোৱা নিৰাপত্তাজনিত গাফিলতিৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে ।
বিগত ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যোৱা এখন বিমান উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়।
সেই ঘটনাটোত কমেও ২৭০ জন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতে কেবাখনো বিমানৰ যান্ত্ৰিক ত্ৰুটি ধৰা পৰে ।
