Udhampur : অহা মাহৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। আৰম্ভণিৰ পূর্বে জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ অভিযানত নিহত সন্ত্ৰাসবাদী ৷
ADVERTISEMENT
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ উধামপুৰ অঞ্চলত যৌথ অভিযানত নিহত হয় এজন সন্ত্ৰাসবাদী ।
সেনাৰ হোৱাইট নাইট কৰ্পছে জনাইছে,‘অপাৰেচন বিহালী’ নামেৰ এই অভিযানত এজন উগ্ৰপন্থী নিহত হৈছে। অঞ্চলটোত অব্যাহত আছে অভিযান।






























