Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মোদী চৰকাৰৰ শ্ৰমিক-কৰ্মচাৰী নীতিৰ বিৰোধ, ন জুলাইত অচল হ’ব দেশ

publisher by publisher
July 5, 2025
in News, Assam
Reading Time: 1 min read
0
মোদী চৰকাৰৰ শ্ৰমিক-কৰ্মচাৰী নীতিৰ বিৰোধ, ন জুলাইত অচল হ’ব দেশ
1
SHARES
10
VIEWS
ShareShareShareShare

All India general strike: ✒️বিভিন্ন শ্রমিক-কর্মচাৰী সংগঠনৰ প্ৰতিবাদে অহা ন জুলাইত দেশ অচল কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে উক্ত দিনা বিভিন্ন সৰ্বভাৰতীয় শ্রমিক-সংগঠনে দেশজোৰা ধৰ্মঘট কাৰ্যসূচী লোৱাৰ বিপৰীতে গাড়ীচালকসকলে চকা বন্ধ কার্যসূচী হাতত লৈছে।

ADVERTISEMENT

ধর্মঘট কাৰ্যসূচীলৈ অসমৰ পেন্সনাৰ সংগঠনসমূহ আৰু অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ যৌথ মঞ্চয়ো পূর্ণ সমর্থন ঘোষণা কৰিছে।কালি অনুষ্ঠিত ৰাজ্যৰ পেন্সনাৰ সংগঠনসমূহ আৰু অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ যৌথ মঞ্চৰ অভিৱৰ্তনত এই সিদ্ধান্ত গৃহীত হয়। অভিৱৰ্তনত মোদী চৰকাৰৰ শ্রমিক বিৰোধী নীতিক সমালোচনা কৰি বক্তব্য আগবঢ়াই শতঞ্জীর দাস, গৰ্গ তালুকদাৰ, মছদ্দৰ হুছেইন, উদ্ধৱ কাকতি আদিয়ে।

RelatedPosts

No Content Available

বক্তাসকলে অভিযোগ উত্থাপন কৰে যে বর্তমানে কেন্দ্ৰৰ শাসনাধিষ্ঠিত চৰকাৰৰ আটাইতকৈ দানৱীয় আৰু অবিবেচক কার্য হ’ল শ্রম সংহিতা প্রণয়ন। ২৯ খন আইনৰ সংশোধন ঘটাই চাৰিখন শ্রম সংহিতাত পৰিণত কৰি শোষণৰ মাত্রা বৃদ্ধি কৰি পুঁজিপতিসকলক মুনাফাৰ পাহাৰ গঢ়ি তোলাত ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে এই শ্রম সংহিতা চৰকাৰে আনিছে বুলিও বক্তাসকলে ক্ষোভ প্রকাশ কৰে।

মোদী চৰকাৰে নব্য উদাৰবাদী নীতি ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ ফলত দেশৰ প্ৰতিটো ক্ষেত্রতে তীব্র সংকটে দেখা দিছে বুলিও এই সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে লগতে অভিযোগ উত্থাপন কৰে যে ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগ দেশী-বিদেশী পুঁজিপতিৰ হাতত গতাই দিয়াৰ পাছত সম্প্ৰতি মোদী চৰকাৰে ডাক আইন সংশোধন কৰি পুৰণি তথা সুলভজনকল্যাণমূলক ডাক সেৱা ব্যৱস্থাটোক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিবলৈ যো-জা চলাইছে।

চৰকাৰী এনে শ্রমিক বিৰোধী নীতিৰ পৰিপ্ৰেক্ষিতত অহা ন জুলাইৰ সাধাৰণ ধর্মঘটলৈ অভিৱৰ্তনে সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লয়। নব্য উদাৰবাদী নীতিয়ে দেশৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত এক ভয়াৱহ সংকটৰ সৃষ্টি কৰা বুলিও উল্লেখ কৰি অভিৱৰ্তনত মতপোষণ কৰা হয় যে এই নীতিয়ে নিবনুৱাসকলৰ ওপৰত চৰম আঘাত হানিছে। পৰিণতিত অনেক শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে জীৱিকাৰ সন্ধানত বিদেশলৈ ঢাপলি মেলিছে বুলি অভিৱৰ্তনে অভিযোগ উত্থাপন কৰে।

‘হিট এণ্ড ৰাণ’ আইন বাতিলৰ দাবী

মোদী চৰকাৰে অনা ‘হিট এণ্ড ৰাণ’ (দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰা) আইন প্রত্যাহাৰকে ধৰি বিভিন্ন দাবীত অহা ন জুলাইত বিভিন্ন গাড়ীচালক সংগঠনে আহ্বান জনোৱা সৰ্বভাৰতীয় ‘চকা বন্ধ’ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে উত্তৰ-পূব অসম গাড়ীচালক কৰ্মচাৰী ইউনিয়নে।

ইউনিয়নে কালি লখিমপুৰ জিলাৰ চাউলধোৱাৰ থেকেৰাগুৰিত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে। সভাত উত্তৰ-পূব অসম গাড়ীচালক কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰুৱা, অল ইণ্ডিয়া মটৰ শ্রমিক সংগঠনৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মা, লখিমপুৰ জিলা নিৰ্মাণ শ্রমিক সন্থাৰ উপ-সভাপতি তগৰ শইকীয়া, বান্দৰদেৱা আঞ্চলিকৰ নিৰ্মাণ শ্রমিক সদস্য বিনোদ বৰুৱা আদিয়েও অংশগ্ৰহণ কৰে। অহা ন জুলাইৰ চকা বন্ধ কাৰ্যসূচীলৈ ইউনিয়নে ৰাইজৰ সহযোগিতা কামনা কৰিছে।

বৃহৎ পুঁজিপতিৰ স্বাৰ্থত নির্বিনিয়োজনৰ সিদ্ধান্তৰ প্ৰতিবাদ গ্রামীণ বেংক বিষয়া-কৰ্মচাৰীৰ

মোদী চৰকাৰে আঞ্চলিক গ্রামীণ বেংকসমূহৰ অংশ নির্বিনিয়োজনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি অহা ন জুলাইত এই বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলে দেশজুৰি ধৰ্মঘট পালন কৰিব। এই ধর্মঘটলৈ অসম গ্রামীণ বেংক বিষয়া সন্থা আৰু অসম গ্রামীণ বেংক কৰ্মচাৰী সন্থায়ো সমর্থন ঘোষণা কৰিছে।

এক বিবৃতিত এই কথা সদৰী কৰিছে অসম গ্রামীণ বিকাশ বেংক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ মেধি আৰু অসম গ্রামীণ বিকাশ বেংক বিষয়া সন্থাৰ সাধাৰণ সম্পাদক নূপুৰ বৰাই। বিবৃতিটোত দুয়োরে লগতে কয় যে দেশৰ ২৮ টা গ্রামীণ বিকাশ বেংকে ২২ হেজাৰ শাখাৰ জৰিয়তে সাতশখন জিলাক সামৰি ৪০ কোটি লোকক বিত্তীয় সেৱা আগবঢ়াই আহিছে।

যোৱা বিত্তীয় বর্ষত এই বেংকসমূহে সম্মিলিতভাৱে সাত হেজাৰ কোটিতকৈ অধিক টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। শেহতীয়াভাবে বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত আঞ্চলিক গ্রামীণ বেংকসমূহৰ অংশ নির্বিনিয়োজনৰ পদক্ষেপ গ্ৰহণ কৰিছে মোদী চৰকাৰে। এই পদক্ষেপৰ লক্ষ্য গ্রামীণ বেংকসমূহৰ ব্যক্তিগতকৰণ বুলি দুয়োটা সন্থাই অভিযোগ উত্থাপন কৰিছে।

সেয়েহে অহা ন জুলাইত আঞ্চলিক গ্রামীণ বেংকসমূহৰ কৰ্মচাৰীসকলে আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট কাৰ্যসূচীলৈ সমর্থন জনাইছে অসম গ্রামীণ বিকাশ বেংক বিষয়া আৰু কৰ্মচাৰী সন্থাই। লগতে দুয়োটা সন্থাই গ্রামীণ বিকাশ বেংকৰ কৰ্মচাৰীসকলৰ পদোন্নতি ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ সমহাৰত কৰা, অস্থায়ী বেংক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰা, আঞ্চলিক গ্রামীণ বেংকৰ অংশ নির্বিনিয়োজনৰ সিদ্ধান্ত প্রত্যাহাৰ কৰা আদি দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All India general strike
publisher

publisher

Related Posts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d