Ghagrapar Accident:
নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাবে আহত অচিনাকী যুৱক ৷ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত হোৱা যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।আনহাতে স্থানীয়লোকে আহত যুৱকজনক ততাতৈয়াকৈ এনএমচিএইছলৈ প্ৰেৰণ কৰে ৷
ইপিনে আহত যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা আধাৰকাৰ্ড অনুসৰি যুৱকজনৰ নাম অতুল নাৰ্জাৰী বুলি পিছত চিনাক্ত কৰা হয় ৷
