Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhing Gangrape Incident Update: ধিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড তফাজ্জুল ইছলামৰ মৃত্যু

আৰক্ষী জিন্মাৰ পৰা পলায়ন কৰিবলৈ হেণ্ডকাফ সহ জাপ দিছিল পুখুৰীত, আৰক্ষীৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ, এতিয়াও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই আন দুই অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল, তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে তাফাজুলৰ গাঁওবাসীয়ে, তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে, ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান

publisher by publisher
August 24, 2024
in Uncategorized
Reading Time: 3 mins read
0
Dhing Gangrape Incident Update: ধিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড তফাজ্জুল ইছলামৰ মৃত্যু
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Dhing:ধিঙত লোমহৰ্ষক হত্যাকাণ্ড,শুই থকা অৱস্থাত পিতৃয়ে হত্যা কৰিলে পত্নী সহ দুই কন্যাক

Women Drugs Paddlar Arrested in Dhing:ধিং আৰক্ষীৰ জালত কুখ্যাত মহিলা ড্রাগছ মাফিয়া

Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ

Dhing Gangrape Incident Update:

ৰাজ্য কপাই যোৱা নগাঁৱৰ ধিঙৰ কিশোৰীক দলবদ্ধ ধৰ্ষণকাৰী তফাজ্জুল ইছলামৰ মৃত্যু ৷ শণিবাৰে পুৱতি নিশা আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ অনাৰ সময়ত আৰক্ষীৰ জিন্মাৰ পৰা হেণ্ডকাফসহ পলায়নৰ চেষ্টা কৰি সেই স্থানৰ এটা পুখুৰীত জাপ দিয়ে তফাজ্জুলে ৷ পিছত এছডিআৰএফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীত দুঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ ৷

ADVERTISEMENT

আনহাতে ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সদৰি কৰা মতে,নিশা প্ৰায় ৩ মান বজাত কিশোৰী নিৰ্যাতনকাৰী তফাজ্জুলক লৈ আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ লৈ আনিছিল৷ কিন্তু হঠাতে তফাজ্জুলে আৰক্ষীৰ কবলৰ পলায়ন কৰিবলৈ ঘটনাস্থলীৰ এটা পুখুৰীত জাপ দিছিল।

উল্লেখ্য যে,বৃহস্পতিবাৰে ধিঙৰ ভকতগাঁও ৰাজহুৱা শ্মশানৰ সমীপত সন্ধিয়া এগৰাকীদশম শ্ৰেণীৰ ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতাৰ পথত তিনি পাষণ্ডই মুখত সোপা দি দলবদ্ধ ধৰ্ষণ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷ তেনেকৈ পথৰ দাঁতিত নাবালিকা ছাত্ৰগৰাকী পৰি থাকিল প্ৰায় ১ ঘণ্টা সময়৷ পিছত পথচাৰীয়ে নাবালিকাগৰাকীক পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত নাবালিকাগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং এফ আৰ ইউলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়।

আনহাতে এই জঘন্য ঘটনাই পিছতে ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷নিশাই ধিং আছুৰ সহযোগত আৰু বজাৰৰ সমিতিৰ সহযোগত ধিং থানাত অৱস্থান কৰাৰ লগতে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।ইফালে এই প্ৰতিবাদ সাব্যস্তৰ মাজতে স্বতঃস্ফূৰ্তভাবে বন্ধ হৈ পৰে ধিং বজাৰৰ দোকান- পোহাৰ।

আনহাতে ধৰ্ষণকাৰী তিনি লম্পটক অভিযুক্তক কৰায়ত্ব নকৰা পৰ্যন্ত অনিদিষ্ট কালৰ বাবে ধিং বন্ধৰ আহ্বান জনোৱা হয় ৷ সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা ধিং বজাৰৰ দোকান- পোহাৰ বন্ধৰ মাজতে বিভিন্ন দল- সংগঠনৰ সহযোগত কে’বা সহস্ৰাধিক মহিলাই ৰাজপথত অৱস্থান কৰি হাতত প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদস্থলীত উপস্থিত হয় নগাঁও জিলা আছু,টাই আহোম ছাত্ৰ সন্থা,বীৰ লাচিত সেনাৰ নেতৃবৰ্গ ৷ শিৱসাগৰৰ পৰা ,বীৰ লাচিত সেনাৰ সাংগাঠনিক সম্পাদক শৃংখল চলিহা উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে ধিঙৰ জীয়ৰী- বোৱাৰী আৰু নাবালিকা – কিশোৰী যুবতীৰ নিৰাপত্তা দাবী কৰে ৷

আনহাতে ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি সদৰি কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰেই আবেলি ধিঙত উপস্থিত হয় নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং৷

মন্ত্ৰী হাজৰিকা আৰু ডিজিপি গৰাকীয়ে এন এম জি এইছত চিকিৎসাধীন হৈ থকা পীড়িত গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ ৰাইজৰ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছিল ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুল ইছলামক ৷ তফাজ্জুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে আজি পুৱতি নিশা পাষাণ তফাজ্জুলৰ মৃত্যু হয় ৷ বৰ্তমানেও আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল পলাতক অৱস্থাত আছে৷গোলাপ উদ্দিন পেছাত নাপিত আৰু ফৰিদুল পেছাত গাড়ী চালক

ইতিমধ্যে তফাজ্জুলৰ মৃতদেহ নগাঁও চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে। আনহাতে আন দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

ইফালে আজিও ধিং আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ অব্যাহত আছে ৷ স্বতঃস্ফূৰ্তভাবে বন্ধ আছে ধিং বজাৰৰ দোকান- পোহাৰ ৷ প্ৰতিবাদীস্থলীত উপস্থিত আছিল অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰৰ সভাপতি পলাশ চাংমাই ,পৰিবহন আৰু মীন মন্ত্ৰী কেশৱ মহন্ত।

ইফালে ঘটনাক্ৰমে ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুলৰ গাঁওবাসীও এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে ৷ তেওঁ লোকৰ মন্তব্য অপৰাধীৰ বাবে কোনো স্থান নাই মুছলমান সমাজত’। আমাৰ সমাজত দোষীৰ স্থান নাই। যাৰবাবে ৰাইজৰ সমহীয়া সিদ্ধান্ত তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে সমাজে। তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে। ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Death Of Main CulpritDhing Gangrape IncidentDhing PoliceTaffajul Islam
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d