Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Pengong Lake in Ladakh:লাডাখৰ পেংগং হ্ৰদত ছুপাৰ বাইক লৈ কেৰামতালি

চমক দিবলৈ গৈ আইনৰ জালত ইউটিউবাৰ

publisher by publisher
July 11, 2025
in News, Assam
Reading Time: 1 min read
0
Pengong Lake in Ladakh:লাডাখৰ পেংগং হ্ৰদত ছুপাৰ বাইক লৈ কেৰামতালি
1
SHARES
6
VIEWS
ShareShareShareShare

Pengong Lake in Ladakh:

লাডাখৰ পেংগং হ্ৰদত ছুপাৰবাইক নমাই বিভিন্ন কেৰামতালি দেখুওৱাৰ বাবে এজন ইউটিউবাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিলে প্রশাসনে। তেওঁৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ অনা হৈছে।

ADVERTISEMENT

আৰক্ষী সূত্ৰই জনোৱা মতে, ইউটিউবাৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১২৫ আৰু ২৯২ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদুপৰি নিজৰ জীৱনৰ লগতে আনৰ জীৱন বিপদাপন্ন কৰাৰ অভিযোগতো এজেহাৰ দাখিল কৰা হৈছে। লেহ আৰক্ষীয়ে নিজৰ ‘এক্স’ হেণ্ডলত জনাইছে যে পেংগং হ্ৰদৰ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰি পঞ্চাশ লাখটকীয়া অত্যাধুনিক Hayabusa মটৰ চাইকেল লৈ বিভিন্ন কেৰামতালি দেখুওৱাৰ অভিযোগত এজন ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

RelatedPosts

তেলেঙ্গানাত ইউটিউবাৰ ৰ মৃতদেহ উদ্ধাৰ!

Chargesheet Viral:জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযোগনামাৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেলক লৈ গোচৰ ৰজু সত্ৰ ন্যায়াধীশ আদালতত

Zubeen Garg:জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত সংযোজন বিএন এছ ১০৩ ধাৰা

অৱশ্যে আৰক্ষীয়ে ইউটিউবাৰজনৰ নাম সদৰী কৰা নাই। কেৱল পেংগঙেই নহয়, মুৰবা বালিয়াড়িতো তেওঁ একেই একে কাম কৰিছে, যিটো সম্পূৰ্ণৰূপে নিয়মবিৰুদ্ধ।

ইউটিউবাৰৰ এই ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সমালোচনা আৰম্ভ হয়। তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বিষয়টোক বহুতেই প্রশংসা কৰিছে। লেহ আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা পর্যটকসকলক উদ্দেশ্য কৰি জনোৱা হৈছে যে তেওঁলোকে যাতে যিকোনো পৰিস্থিতিতে এনে কাম নকৰে, যি লাডাখৰ বাস্তুতন্ত্ৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব পাৰে।

তথ্য অনুসৰি, উক্ত ইউটিউবাৰজনে বিভিন্ন ছুপাৰবাইক লৈ ভ্লগ কৰে। লেহতো তেওঁ সেইদৰেই ভ্লগ কৰে আৰু কিছু ক্ষেত্রত সংশ্লিষ্ট অঞ্চলৰ নিয়ম ভংগ কৰিয়েই কৰে। সেই ফটো নিজৰ সামাজিক মাধ্যমত প’ষ্ট কৰে। লেহ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Case FiledLadakh PolicePengong Lakeyoutuber
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d