Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পেংগঙৰ পৰা আঁতৰ কৰা হৈছে সেনা

দেপছাং সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই

publisher by publisher
February 15, 2021
in News
Reading Time: 1 min read
0
পেংগঙৰ পৰা আঁতৰ কৰা হৈছে সেনা
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

 Sonam Wangchuk:লাডাখৰ লেহত সোনম ৱাংচুকৰ মমবাতি সমদল

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

লাডাখত পেংগং হ্ৰদৰ উপকূল অঞ্চলৰ পৰা সেনা আঁতৰোৱা কাৰ্য আৰম্ভ হৈছে যদিও দেপছাঙক লৈ ইতিমধ্যে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । চীনৰ স’তে আলোচনাৰ মাধ্যমেৰে ধীৰে সুস্থিৰে আগবাঢ়িব বিচাৰে ভাৰতে ।  সূত্ৰ অনুসৰি, পেংগঙত সেনা আঁতৰোৱা কাৰ্য সম্পূৰ্ণ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত আৰু চীনৰ মাজত পুনৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । সেই বৈঠকত দেপছাং সমতলত অৱস্থিত গোগৰা আৰু উষ্ণ প্ৰস্ৰৱণ অঞ্চলৰ পৰা সেনা আঁতৰোৱাক লৈ আলোচনা হ’ব ।

ADVERTISEMENT

কিন্তু এই সন্দৰ্ভত একাংশ সেনাৰ মাজতে অসন্তুষ্টি প্ৰকাশ পাইছে । দেপছাঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সংলগ্ন হেলমেট টপ আৰু য়েল্ল’ বাম্প অঞ্চলক এই চুক্তিত অন্তৰ্ভুক্ত নকৰি কেৱল পেংগঙৰ পৰাই সেনা আঁতৰাবলৈ কিয় মান্তি হ’ল ভাৰত বুলি প্ৰশ্ন উত্থাপন হৈছে ।

কেন্দ্ৰ চৰকাৰৰ দাবী, দেপছাং পুৰণি সমস্যা । সেয়ে এইটো পৃথককৈ সমাধা কৰিব লাগিব । কিন্তু ১৯৬২ৰ যুদ্ধৰ পাছৰ পৰা পাৰস্পৰিক সন্মতিত হেলমেট টপ আৰু য়েল্ল’ বাম্প অঞ্চলসমূহ ইমান দিনে অকৰ্তৃত্বশীল অঞ্চল হিচাপে চিহ্নিত আছিল । সেই অঞ্চলসমূহৰ পৰা চীনা সেনাবাহিনীক আঁতৰ কৰিবলৈ কেন্দ্ৰই কিয় চাপ দিয়া নাই তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

ইতিমধ্যে পেংগঙৰ উত্তৰ উপকূলৰ পৰা পশ্চিম দিশত সমান্তৰাল ফিঙ্গাৰ ২ৰ পৰা ফিঙ্গাৰ ৩ৰ মাজত অৱস্থিত ধান সিং ধাপা প’ষ্টত উভতি যায় ভাৰতীয় সেনা । চীনৰ সৈন্যই ফিঙ্গাৰ ৮ৰ ছিৰিজাপ ত্যাগ কৰিছে । এই ফিঙ্গাৰ তিনিৰ পৰা আঠ ১০ কিলোমিটাৰলৈকে আপাতত ‘বাফাৰ জ’ন’ হিচাপে চিহ্নিত কৰা হৈছে । অৰ্থাৎ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰালৈ কোনো সেই স্থানত নিৰীক্ষণ কৰিব নোৱাৰিব । ফিঙ্গাৰ ৮ৰ পৰা ফিঙ্গাৰ ৪ লৈকে ইতিমধ্যে সকলো নিৰ্মাণ ভাঙি পেলাইছে চীনে ।

কিন্তু ইয়াক লৈও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ । কাৰণ ইমান দিনে ফিঙ্গাৰ ৪ লৈকে ভাৰতৰ অধীনত আছিল । কিন্তু নতুন চুক্তি অনুসৰি ফিঙ্গাৰ ৩ লৈ উভতি আহিবলগীয়া হয় ভাৰতে । এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰল হৈছে বিৰোধিসকল । ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা কংগ্ৰেছ নেতা এ কে এণ্ঠনিয়ে জনায় যে, ‘অত্যন্ত বেয়া উদাহৰণ সৃষ্টি হ’ল । ইয়াৰ পাছত অৰুণাচল প্ৰদেশ আৰু ছিক্কিমটো একেদৰেই আত্মসমৰ্পন কৰিব লাগিব । কিয় ফিঙ্গাৰ ৪ক ফিঙ্গাৰ ৩লৈ পিছুৱাই আনিলে মোদীয়ে ? উত্তৰ দিব লাগিব চৰকাৰে ।’

ভাৰতীয় সেনাই দক্ষিণ কৈলাশ গিৰিশৃংগ দখল কৰি ৰণকৌশলগত যি সুবিধা লাভ কৰিছিল, সেয়াও বিসৰ্জন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এণ্টনিয়ে । পেংগঙৰ লগতে গলৱান উপত্যকাৰ ১৪ নম্বৰ ভাৰতীয় প’ষ্টৰ পৰাও সেনাক পিছুৱাই অনা এক প্ৰকাৰৰ আত্মসমৰ্পন বুলি দাবী কৰে এণ্টনিয়ে ।

পাৰস্পাৰিক সন্মতিত যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা পেংগঙৰ উত্তৰ আৰু দক্ষিণ উপকূলৰ পৰা সেনা আঁতৰোৱা কাৰ্য আৰম্ভ কৰিছে ভাৰত আৰু চীনে । চীনা বাহিনীৰ ওপৰত মুখৰ কথাত বিশ্বাস কৰিব নোৱাৰি, সেয়ে যোৱা সপ্তাহত দুপক্ষৰ মাজত লিখিত চুক্তি হয় । ইয়াৰ পাছতেই সেনা আৰু যুদ্ধ সঁজুলি আঁতৰ কৰা কাৰ্য আৰম্ভ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaLadakhPangong
publisher

publisher

Related Posts

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d