Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বৈমানিকেই ইচ্ছাকৃতভাৱে দুর্ঘটনা সংঘটিত কৰা বুলি দাবী

আত্মহত্যাজনিত কাৰণ বুলি দৃঢ়তাৰে ক'লে কেপ্টেইন ৰংগনাথনে

publisher by publisher
July 13, 2025
in News, India
Reading Time: 1 min read
0
‘কিয় ইন্ধন বন্ধ কৰি দিলে?’ ইঞ্জিন বিকল হোৱাৰ লগে লগে পাইলটৰ প্ৰশ্ন!
1
SHARES
5
VIEWS
ShareShareShareShare

Ahmedabad plane crash report:✒️যোৱা ১২ জুনৰ আহমেদাবাদৰ ভয়াৱহ বিমান দুর্ঘটনাটো সংশ্লিষ্ট বৈমানিকে ইচ্ছাকৃতভাৱে সংঘটিত কৰা বুলি দাবী কৰিছে এজন বিমান পৰিবহণ (এভিয়েচন) বিশেষজ্ঞই।

ADVERTISEMENT

দেশৰ আগশাৰীৰ বিমান পৰিবহণ বিশেষজ্ঞৰূপে খ্যাত কেপ্টেইন মোহন ৰংগনাথনে দাবী কৰিছে যে দুর্ঘটনাটো বৈমানিকৰ আত্মহত্যাজনিত কাৰণতো হ’ব পাৰে। ব্লেকবক্সত বাণীবদ্ধ হোৱা বিমানখনৰ ককপিটত দুই বৈমানিকৰ দুৰ্ঘটনাৰ প্ৰাক্‌মুহূৰ্তৰ কথোপকথন, ইঞ্জিনৰ ইন্ধনৰ ছুইচ বন্ধ হোৱা আদি ঘটনাৰ বিশৃংখল কৰি বিশেষজ্ঞজনে এই দাবী কৰিছে।

RelatedPosts

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

দুৰ্ঘটনাগ্ৰস্ত বিমান বা ইঞ্জিনত কোনো যান্ত্ৰিক দোষ নাছিল: এয়াৰ ইণ্ডিয়াৰ চিইঅ’

আহমেদাবাদৰ বিমান দুৰ্ঘটনা বয়িং বিমানৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত বিজুতি! 

সংবাদ মাধ্যমৰ আগত কয়, ‘ইঞ্জিনৰ ইন্ধনৰ ছুইচ বন্ধ হাতেৰে কৰা হয়। স্বয়ংক্রিয়ভাবে এই ছুইচ বন্ধ নহয় বা বিদ্যুৎ যোগান কর্তন হ’লেও ইঞ্জিনৰ ইন্ধনৰ ছুইচ বন্ধ নহয়। কাৰণ ইন্ধনৰ এই ছুইচ এটা শ্ল’ট (নির্দিষ্ট স্থান বা আসন)ত থাকে। এই ছুইচ আপুনি হাতেৰে তল-ওপৰ কৰিব লাগিব। গতিকে অমনোযোগিতাবশতঃ এই ছুইচৰ সাল-সলনিৰ প্ৰশ্ন নাহে। এই ছুইচ বন্ধ কৰা কাৰ্য ইচ্ছাকৃতভাৱে কৰাটো নিশ্চিত।’

আনহাতে, বিশেষজ্ঞজনৰ এই মন্তব্যক লৈ দেশে-বিদেশে তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই মন্তব্য কৰিছে যে মৃতককো শান্তিত থাকিবলৈ দিয়া নাই। কাৰণ এই ভয়াৱহ দুৰ্ঘটনাত বিমানখনৰ দুই বৈমানিকৰ লগতে সকলো বিমান কৰ্মচাৰীৰো মৃত্যু হয়।

অৱশ্যে এনে বিৰূপ প্রতিক্রিয়া সৃষ্টি হোৱাৰ পূৰ্বে বিশেষজ্ঞ ৰংগনাথনে দাবী কৰে যে এয়াৰ ইণ্ডিয়াৰ যোৱা ১২ জুনৰ বিমান দুর্ঘটনাটোত মৃত্যু হোৱা দুই বৈমানিকৰ এজনৰ স্বাস্থ্যগত দিশ সঠিক নাছিল। বিমান সংস্থাটোৰ বহু সংখ্যক বৈমানিকৰ পৰা তেওঁ এই কথা জানিবলৈ পাইছে বুলি দাবী কৰি বিশেষজ্ঞজনে লগতে কয়, ‘মই জানিব পাৰিছো যে এয়াৰ ইণ্ডিয়াৰ বহু সংখ্যক বৈমানিকে ব’য়িং ড্রীমলাইনাৰ বিমানখনৰ কেপ্টেইন (মূল বৈমানিক) জনৰ স্বাস্থ্যগত অৱস্থা সঠিক নাছিল বুলি প্রকাশ কৰিছে। কেপ্টেইনজন কিছু সময় ধৰি ছুটীতো আছিল। যদি সংস্থাটোৰ শীর্ষ ব্যৱস্থাপনা কর্তৃপক্ষ এই বিষয়ে অৱগত নহয়, তেন্তে তাক লৈ মই আচৰিত হম। কাৰণ এই বিষয়ে সংস্থাটোৰ বহুসংখ্যক বৈমানিক অবগত আছিল।’

অৱশ্যে এএআইবিৰ প্ৰাৰম্ভিক তদন্ত প্রতিবেদনত প্রকাশ পোৱা মতে, দুর্ঘটনাগ্রস্ত বিমানখনৰ দুয়োজন বৈমানিকে শাৰীৰিকভাৱে সুস্থ-সবল আছিল। তেওঁলোক বার্ষিক স্বাস্থ্য পৰীক্ষাতো উত্তীর্ণ হৈছিল। অৱশ্যে ৰংগনাথনে কয় যে দুর্ঘটনাগ্রস্ত বিমানখনৰ কেপ্টেইনজন বিগত কিছু মাহ কিয় ছুটীত আছিল, তাক লৈ এক পুংখানুপুংখ তদন্ত হোৱা উচিত।

এই সম্পৰ্কত ৰংগনাথনে আৰু কয়, ‘এতিয়া মই সক্রিয় বৈমানিক নহয়। কিন্তু মই কৰ্মৰত বৈজ্ঞানিকসকলৰ পৰা যি কথা জানিব পাৰিছো, তাৰ ভিত্তিত দাবী জনাইছো যে বৈমানিকজন কিয় ছুটীত আছিল তাৰ এক সম্পূর্ণ তদন্ত হোৱা উচিত।’ উল্লেখ্য যে বৈমানিকে ইচ্ছাকৃতভাৱে বিমান দুর্ঘটনা সংঘটিত কৰাৰ ঘটনা বিশ্বত বিৰল যদিও অভূতপূর্ব নহয়।

এই সম্পৰ্কত ৰংগনাথনে কয়, ‘২০১৫ত দুর্ঘটনাগ্রস্ত হোৱা জার্মান উইংকছ ফ্লাইট ৯৫২৫ বিমানখন সহবৈমানিকজনে ইচ্ছাকৃতভাৱে ফ্ৰান্সৰ আল্পছলৈ নিয়ে। এই দুৰ্ঘটনাত ডেৰশ লোকৰ প্রাণহানি ঘটে। একেদৰে ১৯৯৯৩ সংঘটিত ইজিপ্ত এয়াৰ ফ্লাইট ৯৯০, ১৯৯৭ৰ শিখ এয়াৰ ফ্লাইট ১৮৫ আৰু ২০২২ত সংঘটিত চীনৰ ইষ্টার্ণ এয়াৰলাইন্সৰ ফ্লাইট ৫৭৩৫ৰ দুৰ্ঘটনা বৈমানিকৰ দ্বাৰা ইচ্ছাকৃতভাৱে সংঘটিত কৰা দুৰ্ঘটনা আছিল।’

তদুপৰি মালয়েছিয়া এয়াৰলাইন্সৰ এখন বিমানৰ দুৰ্ঘটনাও বৈমানিকৰ দ্বাৰা ইচ্ছাকৃতভাৱে সংঘটিত বুলি একাংশ বিশেষজ্ঞই বিশ্বাস কৰে। এনে বিমান দুর্ঘটনাৰ আন কেইটামান উদাহৰণো বিশেষজ্ঞজনে দিয়ে। তেওঁ কয়, ‘মই ছিংগাপুৰত থকাৰ সময়ত ছিল্ক এয়াৰ বিমান দুর্ঘটনা সংঘটিত হয়। মই বৈমানিকৰ বিৰুদ্ধে প্রমাণ দিছিলো। ইণ্ডোনেছিয়া চৰকাৰে দুৰ্ঘটনাটোক যান্ত্রিক বিজুতিৰ ফলত হোৱা বুলি দাবী কৰিছিল। কিন্তু তদন্তত প্রমাণ হয় যে বৈমানিকৰ আত্মহত্যাৰ ফলত দুর্ঘটনাটো সংঘটিত হয়।’

তেওঁ বৈমানিকৰ মানসিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাইছে। এই সম্পর্কত তেওঁ কয়, ‘ভাৰতত কোনো বিমান সংস্থাই বৈমানিকৰ মানসিক স্বাস্থ্য পৰীক্ষাৰ তথ্য মজুত নাৰাখে। আমি কিছু সংখ্যকে এই বিষয়ে সকীয়াই আহিছো যদিও আমাৰ কথা শুনোতা কোনো নাই। মানুহে কেৱল যোগাযোগ আৰু ভ্ৰমণৰ সময়সূচীতহে গুৰুত্ব আৰোপ কৰে। বৈমানিকসকলক মানুহ নহয়, যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰে। অত্যধিক ভাগৰ আৰু মানসিক চাপে কি কৰিব পাৰে তাৰ প্রতি বিমান সংস্থাই হওক বা নিয়ন্ত্রক কর্তৃপক্ষই হওক বা ন্যায়পালিকাই হওক কোনেও গুৰুত্ব নিদিয়ে।’

তদন্তৰ স্বচ্ছতাক লৈ প্রশ্ন বৈমানিক সংগঠনৰ

এএআইবিৰ তদন্তৰ স্বচ্ছতাক লৈ প্রশ্ন উত্থাপন কৰিছে দেশৰ বৈমানিকসকলৰ সংগঠনে। সংস্থাটোৰ প্ৰাৰম্ভিক তদন্ত প্রতিবেদনে দুর্ঘটনাৰ বাবে এয়াৰ ইণ্ডিয়া বিমানখনৰ দুই বৈমানিকক জগৰীয়া কৰাৰ ইংগিত দিয়া বুলি প্রতিক্রিয়া প্রকাশ কৰি এয়াৰলাইন পাইলট এছ’চিয়েছন অৱ ইণ্ডিয়াই দাবী কৰে যে এই তদন্তৰ স্বচ্ছতাক লৈ সন্দেহ আছে।

তদন্তৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত পর্যবেক্ষণৰূপে হ’লেও তদন্ত প্রক্রিয়াত বৈমানিক সংগঠনক জড়িত কৰিবলৈ বৈমানিক সংগঠনটোৱে দাবী উত্থাপন কৰিছে। এই দাবী উত্থাপন কৰি এক বিবৃতিত বৈমানিক সংগঠনটোৰ সঞ্চালক ছাম থমাছে কয়, ‘তদন্তত একপক্ষীয়ভাবে বৈমানিক দুজনৰ ত্ৰুটিৰ দিশ ইংগিত কৰা হৈছে। আমাৰ দাবী হ’ল যে এটা ন্যায্য আৰু তথ্যভিত্তিক তদন্ত হওক।’

থমাছে লগতে দাবী কৰে যে তদন্তৰ যি প্রতিবেদন দাখিল হ’ল তাত কাৰোৰে স্বাক্ষৰ নাই। এনে এখন তদন্ত প্রতিবেদন কেনেদৰে সংবাদ মাধ্যমৰ হাতত পৰিল তাক লৈও তেওঁ প্রশ্ন উত্থাপন কৰিছে। লগতে তেওঁ কয় যে তদন্তত গোপনীয়তা ৰক্ষা কৰাৰ ফলত ইয়াৰ বিশ্বাসযোগ্যতাক লৈ প্রশ্ন উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ahmedabad Plane Crash
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d