4 distinguished persons nominated by the President to The Rajya Sabha:
ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত ৪ গৰাকী বিশিষ্ট ব্যক্তিক ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে দেশৰ বিভিন্ন ক্ষেত্ৰত বিশেষ খ্যাতি থকা চাৰিজন বিশিষ্ট ব্যক্তিক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনিত কৰে ৷
ADVERTISEMENT
সদস্য কেই গৰাকী হ’ল ইতিহাসবিদ মিনাক্ষী জৈন, দেশৰ প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা, প্ৰখ্যাত অধিবক্তা উজ্জ্বল নিকম আৰু কেৰালাৰ সমাজকৰ্মী সদানন্দন মাষ্টাৰ ৷




































