Jalukbari Incident:জালুকবাৰীত অঘটন ! নির্মীয়মান অট্টালিকাৰ পৰি গুৰুতৰভাবে আহত এজন শ্ৰমিকৰ

apartment

Jalukbari Incident:

মহানগৰীৰ জালুকবাৰীত বৃহস্পতিবাৰে পুৱাতে সংঘটিত হয় এক দুৰ্ঘটনা । নিৰ্মীয়মাণ অট্টালিকাত কৰ্মৰত হৈ থকা অৱস্থাতে হঠাতে তললৈ সৰি পৰে এজন শ্ৰমিক ৷ গুৰুতৰভাৱে আহত হয় শ্ৰমিকজন ৷ আহত শ্ৰমিকজনৰ নাম খালকেত জামাল ৷ঘৰ ধুবুৰীত ৷

সংকটজনক অৱস্থাত আহত শ্ৰমিকজনক ততাতৈয়াকৈ ভৰ্তি প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ আনহাতে ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version