Kamal Haasan: ✒️ইতিমধ্যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৰূপালী পৰ্দাৰ ছুপাৰষ্টাৰ কমল হাছানে।
ADVERTISEMENT
দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰগৰাকীয়ে আজি তামিল ভাষাত শপত গ্ৰহণ কৰে।আজি তেওঁৰ ৰাজনৈতিক জীৱনত নতুন অধ্যায়ৰ আৰম্ভণি হয়।
আজি শপত লোৱাৰ আগতে তেওঁ কয়,”মই শপত ল’বলৈ ওলাইছো। এজন ভাৰতীয় হিচাপে মই মোৰ কৰ্তব্য পালন কৰিম।”
২০২৪ চনৰ লোকসভা নিৰ্বাচনত ডি এম কে মিত্ৰজোঁটত যোগদান কমল হাছানৰ নিজা দল এম এন এম।
তেওঁ ৰাজ্যসভাৰ সদস্য হ’ব পাৰে বুলি মে’ মাহৰ পৰাই চৰ্চা চলিছিল।






























