West Bengal Durga Puja: সমাগত দূৰ্গা পূজাত প্ৰতিখন পূজা কমিটিলৈ ১ লাখ ১০ হাজাৰ টকাৰ অনুদান

mamta

West Bengal Durga Puja:

সমাগত দূৰ্গা পূজাৰ বাবে ইতিমধ্যে উথপথপ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ ৷ পূজা বুলি ক’লেই সকলোৰে মনলৈ আহে পশ্চিমবংগ ৷ কলকাতা সহ ৰাজ্য খনৰ প্ৰতিখন পূজা মণ্ডপৰ জাকজমকতা আৰু কাৰুকাৰ্যই সকলোকে কৰি তোলে মোহিত ৷

এইবাৰ পশ্চিম বংগত ৰাজ্য চৰকাৰে প্রতিখন পূজা কমিটীক দিব ১ লাখ ১০ হাজাৰ টকা ৷ প্ৰায় ৪৫,০০০ হেজাৰ পূজা কমিটীয়ে লাভ কৰিব এই ধন ৷ একেদৰে প্ৰতিখন পূজা মণ্ডপৰ বিদ্যুত মাচুলো ৰেহাই দিয়া হৈছে ৮০ শতাংশ ৷ কলকাতাত এই কথা ঘোষণা কৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

Exit mobile version