Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

    Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

    প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতৰ মানচিত্ৰৰ পৰা মচি যাব হিমাচল প্ৰদেশ!

বাৰে বাৰে বানপানী আৰু ভূমিস্খলনৰ বাবে উদ্বিগ্ন উচ্চতম ন্যায়ালয়

publisher by publisher
August 2, 2025
in India, News
Reading Time: 1 min read
0
ভাৰতৰ মানচিত্ৰৰ পৰা মচি যাব হিমাচল প্ৰদেশ!
2
SHARES
16
VIEWS
ShareShareShareShare

Himachal Pradesh:✒️ভাৰতৰ মানচিত্ৰৰ পৰা মচি যাব পাৰে হিমাচল প্ৰদেশ! এই আশংকা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে । উত্তৰ ভাৰতৰ ৰাজ্যখনৰ স্বাভাৱিক ভাৰসাম্য যিদৰে ক্ষতিগ্ৰস্ত হৈছে ,তাৰ প্ৰতি লক্ষ্য ৰাখি এনে আশংকা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

ADVERTISEMENT

দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে লক্ষ্য কৰে যে কেৱল ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াটোৱেই যথেষ্ট নহয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰকৃতিৰ প্ৰতি গুৰুত্ব দিব লাগে।

RelatedPosts

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

SC dismissed Pawan Khera’s bail extension applicationপৱন খেড়াৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃ খাদলৈ খহি পৰিল ট্ৰেভেলাৰ, নিহত কেবাজন, আহত বহু

হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়।

উচ্চ ন্যায়ালয়ে কি জনালে ? দৰাচলতে চলিত বৰ্ষৰ জুন মাহত হিমাচল প্ৰদেশ চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াত কোৱা হৈছে যে কিছুমান বিশেষ অঞ্চলক ‘ গ্ৰীণ ‘অঞ্চল হিচাপে ঘোষণা কৰিব লাগে।

মূলতঃ সেই অঞ্চলসমূহৰ নিৰ্মাণ উদ্যোগত আকৰ্ষণ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কিন্তু চৰকাৰৰ এই নির্দেশৰ বিৰোধিতা কৰি হিমাচল প্রদেশৰ আদালতত এখন আৱেদন দাখিল কৰা হয়৷ সেই আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাছিল।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠৰ সন্মুখত এই আবেদনৰ শুনানি আৰম্ভ হয়।

বিচাৰক দুগৰাকীয়ে পৰ্যবেক্ষণ, “কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনকে সোঁৱৰাই দিব বিচাৰো যে ৰাজহ সংগ্ৰহ সকলো নহয়। প্ৰকৃতি আৰু পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি।যদি সকলো যিদৰে আছে তেনেকৈয়ে চলি থাকে, তেন্তে অতি সোনকালে সেই দিনটো আহি আছে যেতিয়া ভাৰতৰ মানচিত্ৰৰ পৰা হিমাচল প্ৰদেশ মচি যাব। ভগৱানে নকৰক আমি এনেকুৱা এটা দিন চাব লগা হৈছে। হিমাচল প্ৰদেশৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ গৈ আছে।হিমাচল প্ৰদেশৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ আহিছে। যিদৰে প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হৈছে, বিগত কেইবছৰমানৰ পৰা প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈ আহিছে।”

মন কৰিবলগীয়া যে বিগত কেইবছৰমানৰ পৰা হিমাচলত ভূমিস্খলন, খৰাং, ধাৰাসাৰ বৰষুণৰ দৰে বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈছে। এমাহ পূৰ্বে তাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানত ১৭০ জন লোকৰ মৃত্যু হৈছিল।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণঃ যোগাযোগ আৰু পৰ্যটনৰ গুৰুত্বৰ কথা মনত ৰাখি শেহতীয়া বিগত সময়ছোৱাত পাহাৰীয়া ৰাজ্যখনত বহু নিৰ্মাণৰ কাম কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himachal PradeshSupreme Court
publisher

publisher

Related Posts

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
News

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
News

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d