Angoorlata Deka:
ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেত্ৰী আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপে নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে ৷
ADVERTISEMENT
ডেকা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল। একেদৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল |






























