Ex Mla Abdul Aziz Reaction:উজনি অসমত মিঞা মুছলমানক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সোচ্ছাৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ

abdul aziz

Ex Mla Abdul Aziz Reaction:

উজনি অসমত মিঞা মুছলমানক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সোচ্ছাৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ।এচাম সংগঠনৰ ভাৰতীয় নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ আজিজৰ ।
এচাম সংগঠনে ভাৰতীয় নাগৰিকৰ নথি পত্ৰ পৰীক্ষা কৰাৰ কৰ্তৃত্ব ক’ত পালে বুলি প্ৰাক্তন বিধায়ক আজিজৰ। ধুবুৰী, গোৱালপাৰা আৰু নগাঁও অসমৰ ভৌগোলিক সীমাৰ ভিতৰতে পৰে বুলি আজিজৰ মন্তব্য।

উৰিয়ামঘাটৰ উচ্ছেদক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন বিধায়ক আজিজৰ। উৰিয়ামঘাটত মিঞা মুছলমানক প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাই বহুৱাইছিল বুলি দাবী প্ৰাক্তন আমছু নেতা আজিজৰ Iৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ আজিজৰ।

Exit mobile version