Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উৰিয়ামঘাটত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ

publisher by publisher
July 30, 2025
in Assam, News
Reading Time: 1 min read
0
উৰিয়ামঘাটত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

SC stays eviction of Uriamghat: উৰিয়ামঘাটৰ উচ্ছেদত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

চাৰি সহস্ৰাধিক অবৈধ ঘৰ-দুৱাৰ উচ্ছেদ, ৮,৯০০ বিঘা বেদখলমুক্ত

Uriamghat Eviction:পুৱাৰে আৰম্ভ হ’ল উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

Uriamghat Eviction:✒️’আমাৰ ককা, দেউতাহঁতক নগা খেদিবলৈ ইয়ালৈ আনিছিল। আমি এতিয়া ক’লৈ যাম?’ এই মন্তব্য উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ একাংশ বেদখলকাৰী পৰিয়ালৰ কিছুসংখ্যক মহিলাৰ। মঙলবাৰৰ পৰা গোলাঘাট জিলাৰ মেৰাপানীৰ অসম-নগালেণ্ড সীমান্তবর্তী উৰিয়ামঘাটত আৰম্ভহ’ল চৰকাৰী বহু চর্চিত উচ্ছেদ অভিযান।

ADVERTISEMENT

বন বিভাগ-জিলা প্রশাসন-আৰক্ষীৰ বিশাল বাহিনীৰ উপস্থিতিত উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কালি বেদখলকাৰীসকলৰ ঘৰত বুলড’জাৰ চলে। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ অভিযানৰূপে চৰ্চিত এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়ে স্বয়ং বন বিভাগৰ বিতর্কিত বিশেষ মুখ্য সচিব এম কে যাদব, অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং আৰু জিলা আয়ুক্ত পুলক মহন্তই।

অৱশ্যে উচ্ছেদৰ জাননী পোৱাৰ পাছতে বনাঞ্চলখনৰ ভূমি বেদখল কৰি থকা সকলৰ ৮০ শতাংশই ঘৰ-বাৰী এৰি আঁতৰি যায়। অৱশিষ্ট ২০ শতাংশক উচ্ছেদৰ বাবে প্রশাসনে অভিযান আৰম্ভ কৰে। উল্লেখ্য যে যোৱা ২১ জুলাইত বন বিভাগে উচ্ছেদৰ জাননী জাৰি কৰি সাতদিনৰ ভিতৰত বেদখলকাৰীসকলক ঘৰ খালী কৰিবলৈ নির্দেশ দিয়ে।

এই নির্দেশ পোৱাৰ পাছতে বেদখলকাৰীসকলৰ বৃহৎ সংখ্যকে বিভিন্ন ঘৰ-বাৰী এৰি আঁতৰি যাবলৈ আৰম্ভ কৰে। ১১ হেজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে আৰম্ভ কৰা এই উচ্ছেদ অভিযান সাতদিন ধৰি চলিব। কালি পুৱা আঠ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হোৱা এই উচ্ছেদ অভিযানত ব্যৱহৃতৰ বাবে গোলাঘাট আৰু মেৰাপানীৰ উপৰি তিনিচুকীয়া, শিৱসাগৰৰ পৰাও বুলড’জাৰ অনা হৈছে।

উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পাছতে একাংশ বেদখলকাৰী কান্দোনত ভাঙি পৰে। এই অভিযানৰ সময়ত উচ্ছেদথলীত দুহেজাৰতকৈ অধিক অসম আৰক্ষীৰ জোৱান, পাঁচশ বন সুৰক্ষা কৰ্মী, চিআৰপি নিয়োগ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল উচ্ছেদথলীলৈ অনা হয়। এই কটকটীয়া নিৰাপত্তাৰ মাজত বেদখলকাৰীসকলৰ ঘৰ-দুৱাৰত বুলড’জাৰ চলিছে।

চকুৰ সম্মুখতে সপোনৰ ঘৰখন ভাঙি পৰা দেখি একাংশ বেদখলকাৰীয়ে ক্রন্দনৰত অৱস্থাত কয়, ‘আমি ক’লৈ যাম? আমাৰ বেলেগত ক’তো মাটি নাই। ইয়াতে জন্ম হৈছো। পঢ়ি-শুনি ডাঙৰ হৈছো।’

একাংশ বেদখলকাৰীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো তেওঁলোকৰ প্ৰতি সদয় হ’বলৈও আহ্বান জনায়। আনহাতে, অভিযোগ অনুসৰি নগা খেদিবলৈ অনা দুই-এজন লোকৰ পৰা অঞ্চলটো বেদখলকাৰীয়ে ছানি ধৰে। কালক্ৰমত গোঁজেই গজালি হৈ এই বেদখলকাৰীসকলে সম্পূর্ণ ৰেংমা সংৰক্ষিত বনাঞ্চল অবৈধভাবে দখল কৰি বিশাল সাম্রাজ্য গঢ়ি তোলে। বেদখলীকৃত ভূমিত কেৱল ঘৰ-দুৱাৰে নহয়, দোকান-বজাৰো গঢ়ি তোলে। একেদৰে একোটা বেদখলকাৰী পৰিয়ালে বনাঞ্চলৰ পৰা এশৰ পৰা দুশ বিঘা পর্যন্ত অবৈধভারে বেদখল কৰি তামোলবাৰীও পাতে। বহুতে শাক-পাচলিৰ খেতিও কৰে।

অৱশ্যে শিলৰ ব্যৱসায়কে ধৰি অবৈধ মাৰণাস্ত্ৰ আৰু চুপাৰি ব্যৱসায়ত একাংশ বেদখলকাৰী লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশাল নিৰাপত্তাৰক্ষী লৈ প্রশাসনে আৰম্ভ কৰা এই উচ্ছেদ অভিযানৰ সময়ছোৱা কালি শান্তিপূর্ণভাবে অতিবাহিত হয়।

৪.২ হেক্টৰ বনাঞ্চলৰ ১২০ টা অবৈধ ব্যবসায়িক প্রতিষ্ঠান উৎখাত

ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ অঞ্চলত কালি উচ্ছেদ অভিযান চলে। সূত্রই জনোৱা মতে এই অভিযানৰ সময়ত প্রায় ৪.২ হেক্টৰ বনাঞ্চলৰ ভূমিত অবৈধভাৱে স্থাপন কৰা কমেও ১২০ টা ব্যৱসায়িক প্রতিষ্ঠান উৎখাত কৰা হয়। এই বজাৰ সংলগ্ন বিদ্যাপুৰ গাঁৱতো একে সময়তে উচ্ছেদ অভিযান চলে। চৰকাৰী তথ্য অনুসৰি অঞ্চলটোৰ সোণাৰীবিল টোপ, দুই নম্বৰ পিঠাঘাট, দুই নম্বৰ দয়ালপুৰ, তিনি নম্বৰ দয়ালপুৰ, দলনিপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, দুই নম্বৰ মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী আৰু গেলাজানত উচ্ছেদ অভিযানৰ আওতাত সামৰি লোৱা হৈছে। সংৰক্ষিত বনাঞ্চলখনৰ সম্পূৰ্ণ অঞ্চলক নটা খণ্ডত ভাগ কৰিছে জিলা প্রশাসনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Uriamghat Eviction
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d