Tezpur Incident :
তেজপুৰৰ পহুমৰা চুবুৰীত লোমহৰ্ষক ঘটনা ৷ স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ অভিযোগ ৷ স্বামী জয়ন্ত শইকীয়াই জ্বলাই দিলে পত্নী মেঘালী শইকীয়াক ৷ মৃত্যুৰে যুঁজিছে অগ্নিদগ্ধ মহিলা গৰাকীয়ে ৷
যোৱা নিশা বামপৰ্বতীয়াৰ পহুমৰা চুবুৰীত সংঘটিত হয় এই ঘটনা ৷
ADVERTISEMENT
দীৰ্ঘদিনৰ পৰাই স্বামী জয়ন্ত শইকীয়াই পত্নী মেঘালী শইকীয়াক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ আৰক্ষীয়ে পূৰ্বে কৰায়ত্ব কৰাৰ সময়ত আৰক্ষীৰ বিৰুদ্ধেই আনিছিল নিৰ্যাটনৰ অভিযোগ ৷ বৰ্তমান চিকিৎসাধীন মেঘালী শইকীয়া ৷ আনহাতে ৰাইজৰ অভিযোগৰ ভিত্তিত স্বামী জয়ন্ত শইকীয়াক আৰক্ষীয়ে আটক কৰিছে ৷






























