Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হােৱা নাই প্ৰশাসনৰ প্রতিনিধি,ধলপুৰত উচ্ছেদ অভিযানৰ পাছত স্বাস্থ্য পৰীক্ষাৰ পৰাও বঞ্চিত

শংকাত ভুগিছে ৮০ সন্তানসম্ভৱা

publisher by publisher
October 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হােৱা নাই প্ৰশাসনৰ প্রতিনিধি,ধলপুৰত উচ্ছেদ অভিযানৰ পাছত স্বাস্থ্য পৰীক্ষাৰ পৰাও বঞ্চিত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

খাদ্য সংকট, আর্থিক দৈন্য আৰু বাসস্থানৰ সমস্যাৰ মাজতে আন এক চিন্তাই জুমুৰি ধৰিছে। ধলপুৰৰ প্রায় ৮০ টাকৈ পৰিয়ালক। কিয়নাে সেই ৮০টা পৰিয়ালত আছে একোগৰাকীকৈ গৰ্ভৱতী মহিলা। মূলতঃ তেওঁলােকৰ সমস্যা হ’ল, যােৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত উচ্ছেদিত হােৱাৰ দিন ধৰি স্বাস্থ্য পৰীক্ষাৰ বাবে ওলাই যাব পৰা নাই। উচ্ছেদৰ দিন ধৰি আজিকোপতি প্রায় সংযােগ বিচ্ছিন্ন হৈ আছে এই উচ্ছেদিত লােকসকল। দৰং জিলা স্বাস্থ্য বিভাগৰ সূত্রই ‘দৈনিক অগ্রদূত’ক জানিবলৈ দিয়ে যে ধলপুৰ এক, দুই আৰু তিনি নম্বৰ গাঁও তিনিখনৰ এহেজাৰৰাে অধিক পৰিয়ালৰ মাজত প্রায় ৭০ৰ পৰা ৮০ গৰাকী গৰ্ভৱতী মহিলা আছে। অৱশ্যে স্থানীয় লােকে দাবী কৰে যে তিনিওখন গাঁৱৰ বর্তমান গৰ্ভৱতী মহিলাৰ সংখ্যা কিছু বেছি হ’ব লাগে। যােৱা ২০ ছেপ্টেম্বৰত আঠশৰাে অধিক পৰিয়ালক এক নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ পৰা দৰং জিলা প্রশাসনে উচ্ছেদ কৰাৰ বিপৰীতে যােৱা ২৩ ছেপ্টেম্বৰত পুনৰ দুশৰাে অধিক পৰিয়ালক দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰৰ পৰা উচ্ছেদ কৰা হৈছিল।

ADVERTISEMENT

এগৰাকী গৰ্ভৱতী মহিলাৰ স্বামী তথা ধলপুৰৰ উচ্ছেদিত বাসিন্দা আব্দুল শ্বেইখে কয়, ‘আমাৰ উচ্ছেদিত সকলৰ মাজত কিমান গৰ্ভৱতী মহিলা আছে বর্তমান সঠিককৈ সংখ্যাটো কোৱা টান। কিয়নাে যিয়ে য’ত পাৰে তেনেকৈ আশ্ৰয় লৈ আছে। উচ্ছেদৰ পূর্বে গৰ্ভৱতী মহিলাৰ সংখ্যা এশৰাে ওপৰ হ’ব বুলি শুনিছিলাে। ‘

আব্দুল শ্বেইখে পুনৰ কয়, ‘আগতে মঙলদৈ হাস্পতাললৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাইছিলাে। অৱশ্যে প্ৰায়ভাগ সময়ত ছিপাঝাৰ অথবা গৰুখুঁটি প্রাথমিক স্বাস্থ্য কেন্দ্রতে স্বাস্থ্য পৰীক্ষা কৰা যায়। এতিয়া আমাক সুতি পাৰ হৈ কৃষি প্রকল্প মাজেৰে ওলাই যাবলৈ দিয়া নাই। অইন বিকল্প পথাে নাই। গতিকে ইয়াতে আছাে। আল্লাই জানিব কপালত কি আছে!’

আন এজন উচ্ছেদিত আলতাফ আলীয়ে কয়, ‘মােৰ পত্নী আজি ছমাহৰ গৰ্ভৱতী। পূর্বে ডাক্তৰে দিয়া ঔষধ পুনৰ আনি খুৱাব পৰা নাই। আগৰ দৰে খােৱা খাদ্যও ভালকৈ যােগাৰ কৰিব পৰা নাই। থকা-খােৱাৰ সমস্যা। নদীৰ পৰা পানী আনি খুৱাইছাে। উচ্ছেদৰ দিনা পত্নীৰ জীৱন বচাবলৈ গৈ সকলাে সম্পত্তি হেৰুৱালাে। সময় মতে স্থানান্তৰ কৰিব নােৱাৰা কাৰণে প্রশাসনে সকলাে জ্বলাই দিলে। এতিয়া পত্নীক মাটিতে বস্তা পাৰি শুবলৈ দিছাে। দিন-ৰাতি কেৱল অন্ধকাৰ দেখি আছাে।’

একাংশ উচ্ছেদিত লােকে অভিযােগ কৰা মতে, ২৩ ছেপ্টেম্বৰৰ ৰক্তাক্ত উচ্ছেদ অভিযানৰ সময়ত বন্দুকৰ গুলিৰ ভয়ত প্রাণ বচাবলৈ দৌৰি যােৱাৰ ফলত এগৰাকী আঠমহীয়া অন্তঃসত্ত্বাই নির্ধাৰিত সময়ৰ পূর্বেই এটি মৃত সন্তান জন্ম দিয়ে।

বর্তমান উচ্ছেদিত হৈ ভেটিৰ বজাৰৰ অস্থায়ী আশ্রয়স্থলত বাস কৰা ৭২ বছৰীয়া আলিমা বেগমে এই সম্পর্কত কয়, ‘বহুতে এমহীয়া, দুমহীয়া কেঁচুৱা হাতত লৈ দৌৰিবলগীয়া হৈছিল। বহুকেইগৰাকী এক-দুমহীয়া অন্তঃসত্ত্বাৰ পৰা আঠ- নমহীয়া গৰ্ভৱতী মহিলা পর্যন্ত দৌৰিবলগীয়া হৈছিল নিজৰ প্ৰাণ ৰক্ষাৰ বাবে। এতিয়া প্রাণ বচাই ব্ৰহ্মপুত্ৰৰ সুঁতিৰ সিপাৰলৈ আহিলাে; কিন্তু ইয়াৰ পাছত ক’লৈ যাম। আমি হাস্পতাললৈ যাব পৰা নাই। ঔষধ আনিবলৈও যাব পৰা নাই। চাৰিওফালে আৰক্ষী আৰু প্ৰকল্পৰ মানুহ। আমাক ওলাই যাবলৈও দিয়া নাই। ‘পৰিতাপৰ বিষয়, দৰং জিলা উপায়ুক্ত প্রভাতী থাওচেনে ২৩ ছেপ্টেম্বৰৰ উচ্ছেদ অভিযানৰ অন্তত উক্ত দিনা আবেলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে উচ্ছেদিতসকলৰ সাহায্যতে জিলা প্রশাসনে খােৱা পানীকে ধৰি শৌচালয় নির্মাণৰ কাম ইতিমধ্যে হাতত লৈছে; কিন্তু উচ্ছেদৰ দিন ধৰি গৃহহীন লােকসকল বর্তমান অস্থায়ীভাৱে আশ্ৰয় লৈ থকা ঠাইত আজিকোপতি প্রশাসনৰ কোনাে বিষয়া-কর্মচাৰী উপস্থিত হােৱা নাই।

উচ্ছেদিত লােকসকলে দৰং জিলা প্ৰশাসনৰ পৰা খােৱা খাদ্য যােগাৰ কৰা, বাসস্থান নির্ণয় কৰা আৰু ঔষধ যােগাৰ কৰাৰ ক্ষেত্ৰত কোনাে ধৰণৰ সহায় নােপােৱা বুলি বাৰম্বাৰ অভিযােগ কৰি আহিছে আৰু এজন বাসিন্দা মইনুদ্দিন আলীৰ আক্ষেপ, ‘জিলা প্রশাসনে আমাৰ ওচৰত অহা নাই। আমাকতাে অন্ততঃ ওলাই যাবলৈ দিয়ক। কোনােবা প্রসূতিৰ প্ৰসৱৰ সময়ত যদি কিবা জটিলতা আহে আমি কি কৰিম, ক’লৈ যাম? আমি প্রার্থনা কৰিছাে, চৰকাৰে আমাক মানৱীয়তাৰ দৃষ্টিৰে চাওক। শাৰীৰিকভাৱে অসুস্থ আৰু গৰ্ভৱতী মহিলাৰ সঠিক তথ্য সংগ্রহ কৰি প্রশাসনে যাৱতীয় ব্যৱস্থা লওক। ‘উল্লেখ্য যে পূর্বৰ এক নম্বৰ, দুই নম্বৰ আৰু তিনি নম্বৰ ধলপুৰ গাঁৱৰ এতিয়া কোনাে চিন-মােকাম নাইকিয়া হ’ল। প্রস্তাৱিত গৰুখুঁটি বহুমুখী কৃষি প্রকল্পৰ বাবে বেদখলমুক্ত সমগ্ৰ ভেটি আৰু খেতি মাটিত ট্ৰেক্টৰ চলাই পূৰ্বৰ ৰেহৰূপ সম্পূর্ণ সলনি কৰি পেলালে। সমান্তৰালভাৱে চহাই থােৱা প্ৰকল্পৰ মাটিৰ মাজেদি অইন মানুহ অহা- যােৱা কৰিবলৈ অনুমতি দিয়া হােৱা নাই। তাৰ উপৰি স্থানীয় বাসিন্দাৰ অভিযােগ যে উচ্ছেদৰ দিন ধৰি সুঁতিৰ সিপাৰৰ পৰা কোনাে লােকক ইপাৰলৈ আহিবলৈও দিয়া হােৱা নাই। সেয়েহে স্বাভাৱিকতে উচ্ছেদিতসকলে প্ৰশ্ন কৰিছে, গৰ্ভৱতী মহিলা অথবা শাৰীৰিকভাৱে অসুস্থসকলকে ধৰি, অত্যন্ত বিপদ আৰু জৰুৰী অৱস্থাত ভেটিৰ বজাৰত আশ্ৰয় লৈ থকা হেজাৰ হেজাৰ লােকসকল বাহিৰলৈ যাব কেনেকৈ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDholpurউচ্ছেদ অভিযানধলপুৰ
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d