Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Saif Ali Khan Attack:ছেইফৰ ‘আক্ৰমণকাৰী’ সজাই মহাৰাষ্ট্রৰ যুবকক ‘নিৰ্যাতন’ আৰক্ষীৰ !

চাকৰি হেৰুৱাৰ লগতে ভাগিল বিয়া !

publisher by publisher
January 27, 2025
in Bollywood Crime, India, News
Reading Time: 1 min read
0
Saif Ali Khan Attack:ছেইফৰ ‘আক্ৰমণকাৰী’ সজাই মহাৰাষ্ট্রৰ যুবকক ‘নিৰ্যাতন’ আৰক্ষীৰ !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Murder Incident in Duliajan:দুলীয়াজানৰ ঊষাপুৰত নৃশংস হত্যাকাণ্ড

Brutal murder in Bamunbari :মৰাণৰ বামুণবাৰীত লোমহৰ্ষক হত্যাকাণ্ড,হত্যাকাৰী আটক

Brutal Murder In Chaygaon: ছয়গাঁৱৰ গণকপাৰাত নৃশংস হত্যাকাণ্ড

Saif Ali Khan Attack:

ছেইফ আলী আক্ৰমণকাৰী’ৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । দীঘলীয়া জেৰা আৰু নিৰ্যাতনৰ পাছত যুৱকজনক মুকলি কৰি দিয়া হয়।

ADVERTISEMENT

তাৰ পাছতে এইবাৰ সেই যুৱকজনে অভিযোগৰ আঙুলি তুলিলৈ আৰক্ষীলৈ । কেৱল নিৰ্যাতনেই নহয়, অভিনেতা চেইফ আলী খানৰ আক্ৰমণকাৰী বুলি প্ৰচাৰৰ পাছতে তেওঁ চাকৰি হেৰুৱাৰ লগতে তেওঁৰ বিবাহো বিচ্ছেদ হয়।

৩১ বছৰীয়া যুৱকজনক নাম আকাশ কৈলাশ কনোজিয়া । ১৭ জানুৱাৰীৰ নিশা কলাবাৰ নিবাসী আকাশে দ্যানেশ্বৰী এক্সপ্ৰেছত উঠি বিলাসপুৰত নিজৰ হ’বলগীয়া পত্নীক লগ কৰিবলৈ যায় । তাৰ পাছতে তেওঁক দূৰ্গ ষ্টেচনত আৰপিএফ জোৱানে আটক কৰে ।

 ছেফৰ আক্ৰমণকাৰী’ৰ সন্দেহত আৰম্ভ হয় জেৰা । কেৱল সেয়াই নহয়, আৰপিএফে আকাশৰ নাম আৰু ফটোৰে এখন প্ৰেছ বিবৃতিও প্ৰকাশ কৰে আৰু তাৰ পাছতে ছবিখন সামাজিক মাধ্যমৰ জৰিয়তে দ্ৰুত গতিত বিয়পি পৰে । পৰিস্থিতি এনেকুৱা আহি পৰে যে যুৱকজনে চাকৰিও হেৰুৱাব লগা হয় । ভাঙি যায় বিয়াও।

কোলাবাৰ এটা ভ্ৰমণ সংস্থাত কাম কাম কৰিছিল আকাশে । ১৭ জানুৱাৰীত যুৱকজনক মুম্বাই আৰক্ষীৰ ফোন আহে। ফোনত আকাশ ঘৰত আছে নে নাই প্ৰশ্ন কৰাত দুটামান প্ৰশ্নোত্তৰৰ পাছতে ফোনটো বন্ধ হৈ গ’ল। ইয়াৰ পাছতে সেই নিশা আৰ পি এফৰ হাতত ধৰা পৰে যুৱকজন।

অভিযোগ অনুসৰি কৰ্তব্যৰত আৰ পি এফৰ জোৱানসকলে বাৰে বাৰে বুজাবলৈ বা প্ৰমাণ দিবলৈ চেষ্টা কৰিছিল যদিও কোনো ফল নাপালে। আকাশে যে ছেইফক আক্ৰমণ কৰা নাছিল, সেই কথা মানি ল’বলৈ সকলোৱে অনিচ্ছুক হয় । অৱশ্যে সেই ভুলটো উপলব্ধি কৰাৰ পাছত পিছদিনা তেওঁক মুকলি কৰি দিয়া হ’ল। কিন্তু তেতিয়ালৈকে কি ঘটিছিল !

১৫ জানুৱাৰীৰ নিশা ছেফক আক্ৰমণ কৰা হয়। ছেফক মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ৰক্তাত্ত অৱস্থাত ভৰ্তি কৰোৱা হয়। তেতিয়াৰ পৰা, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়াসকলে বান্দ্ৰাৰ সতগুৰু শৰণ হাউচিংত কে’বাটাও অনুসন্ধান চলাই আহিছে। মুম্বাই আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ স্কেন কৰাৰ পাছত প্ৰথমে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। শ্বৰিফুল ইছলাম শ্বেহজাদ নামৰ অভিযুক্তজনক পাছত থানে অঞ্চলৰ শ্ৰমিক বসতিৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Accused ArrestedMumbai PoliceSaif Ali Khan Attack
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d