Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিলে ভাৰত বিৰোধী সন্ত্রাসবাদী সংগঠনে

publisher by publisher
August 7, 2025
in India, News
Reading Time: 1 min read
0
পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিলে ভাৰত বিৰোধী সন্ত্রাসবাদী সংগঠনে
1
SHARES
8
VIEWS
ShareShareShareShare

যোৱা মে’ৰ অপাৰেছন সিন্দূৰৰ সময়ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰা মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদে। এই উদ্দেশ্যে শেহতীয়াভাৱে সংগঠনটোৱে পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ২০০১ৰ সংসদ ভৱন আক্ৰমণৰ পৰা ২০১৯ৰ পুলৱামা নৰসংহাৰলৈকে ভাৰতত সংঘটিত একাধিক কূটাঘাতত জইচ-ই-মহম্মদ জড়িত। তদুপৰি যোৱা ২২ এপ্ৰিলৰ পহলগামৰ নৰসংহাৰ সংঘটিত কৰে জইচৰ এটা ছায়া সংগঠনে। পহলগামৰ নৰসংহাৰৰ পোেটক তুলিবলৈ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে আৰম্ভ কৰা অপাৰেছন সিন্দূৰৰ সময়ত আন পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ শিবিৰসহ জইচৰ মুখ্য কার্যালয়টো ধ্বংস হয়।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে বোমাবর্ষণ কৰি ধ্বংস কৰা সন্ত্রাসবাদী সংগঠনটোৰ এই মুখ্য কার্যালয় পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰত অৱস্থিত। কার্যালয়টো ধ্বংস হোৱাৰ প্ৰায় তিনি মাহৰ পাছত ভাৰতবিৰোধী সন্ত্রাসবাদী সংগঠনটোৱে কাৰ্যালয়টো পুনৰ নিৰ্মাণৰ উদ্দেশ্যে পুঁজি সংগ্রহ অভিযান আৰম্ভ কৰাৰ তথ্য পোহৰলৈ আহিছে। সংগঠনত নতুন সদস্যভর্তি আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে কার্যালয়টো পুনৰ নিৰ্মাণৰ লক্ষ্য লোৱা বুলি প্রকাশ কৰিছে।

উল্লেখ্য যে জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ দীর্ঘকাল ধৰি ভাৰতবিৰোধী কার্যকলাপত লিপ্ত আছে। সামাজিক মাধ্যমত উর্দু ভাষাত শ্বেয়াৰ হোৱা এটা প’ষ্টত কোৱা হৈছে যে সন্ত্রাসবাদী সংগঠনটোৱে মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ বাবে পুঁজি বিচাৰিছে। ভাৰতে ধ্বংস কৰা জইচ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বাহাৱালপুৰৰ জামিয়া মছজিদ ছুভান আল্লা অৱস্থিত আছিল।

একালত জইচৰ এই মুখ্য কাৰ্যালয়ৰ চৌহদ বিশাল আছিল। সংগঠনটোৰ মুখ্য কার্যালয়তে মাছুদ, তেওঁৰ ভ্ৰাতৃ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে সন্ত্রাসবাদীয়ে বাস কৰিছিল। সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, সংগঠনটোৱে মুখ্য কাৰ্যালয় পুনৰ নিৰ্মাণৰ উদ্দেশ্যে আজিৰ পৰা পুঁজি সংগ্রহ অভিযান আৰম্ভকৰিছে।

একাংশৰ মতে, সন্ত্রাসবাদী সংগঠনটোৱে ২০১৫ত বাহাৱালপুৰত এই মুখ্য কার্যালয় নিৰ্মাণ কৰে। তেতিয়াৰে পৰা কার্যালয়টো প্রশিক্ষণ আৰু পৰিচালনা কামত ব্যৱহৃত হৈ আছিল। আনহাতে, ভাৰতৰ সিন্দূৰ অভিযানৰ সময়ত জইচ-ই-মহম্মদৰ মুৰব্বীৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হয়। এই তথ্য সংগঠনটোৰ মুৰব্বীজনে নিজে প্রকাশ কৰিছিল। তদুপৰি সিন্দুৰ অভিযানৰ সময়ত তেওঁ চাৰিজন সহযোগীকো হেৰুৱায়।

উল্লেখ্য যে ১৯৯৪৩ ভাৰতে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ১৯৯৮৩ সন্ত্রাসবাদীয়ে ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান কান্দাহাৰলৈ অপহৰণ কৰি নি আজহাৰক মোকলাই নিয়ে। শেহতীয়া সিন্দূৰ অভিযানৰ সময়ত আজহাৰে তেওঁৰ ভগ্নী, ভগ্নীৰ স্বামী, ভতিজা আৰু পৰিয়ালৰ পাঁচটি শিশু হেৰুৱায়।

২৬/১১ মুম্বাই আক্ৰমণৰ অভিযুক্ত আজহাৰক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সন্ত্রাসবাদী ঘোষণা কৰি থৈছে। তদুপৰি ভাৰত চৰকাৰেও তেওঁক সন্ত্রাসবাদী ঘোষণা কৰি থৈছে।

মাছুদ ২০১৬ৰ পাঠানকোট আক্রমণতো জড়িত আছিল। উল্লেখ্য যে সন্ত্রাসবাদীৰ পৃষ্ঠপোষকতা কৰা সত্ত্বেও পাকিস্তানৰ স’তে সম্পর্ক অধিক উন্নত কৰিছে ট্রাম্প প্রশাসনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Operation SindoorPakistanPOK
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d