বোকাখাতত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ 

FB IMG 1754641670095

✒️বোকাখাতৰ DFP কাৰ্যালয় চৌহদৰ কোৱাটাৰত ৰহস্যজনকভাৱে এগৰাকী যুৱতী কৰ্মচাৰীৰ আত্মহনন

✒️কোৱাটাৰৰ পিছফালৰ বাৰন্দাত ঝুলন্ত অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

✒️মৃতযুৱতীগৰাকীৰ গোলাঘাট আঠখেলীয়া , ঘিলাধাৰীৰ দশমী দুৱৰা ।

✒️ই এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকৰ দাবী

Exit mobile version