✒️বোকাখাতৰ DFP কাৰ্যালয় চৌহদৰ কোৱাটাৰত ৰহস্যজনকভাৱে এগৰাকী যুৱতী কৰ্মচাৰীৰ আত্মহনন
ADVERTISEMENT
✒️কোৱাটাৰৰ পিছফালৰ বাৰন্দাত ঝুলন্ত অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।
✒️মৃতযুৱতীগৰাকীৰ গোলাঘাট আঠখেলীয়া , ঘিলাধাৰীৰ দশমী দুৱৰা ।
✒️ই এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকৰ দাবী





























