China:✒️প্ৰাকৃতিক দুৰ্যোগৰ কবলত চীন। প্ৰচণ্ড বৰষুণৰ ফলত শুকুৰবাৰে দেশৰ উত্তৰ-পশ্চিম গানছু প্ৰদেশৰ কেবাটাও অঞ্চলত আকস্মিক বান আৰু ভূমিস্খলনৰ সৃষ্টি হয়।
ADVERTISEMENT
ঘটনাটোত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩জন লোক সন্ধানহীন হৈ আছে।
ৰাষ্ট্ৰপতি ছি জিনপিঙৰ নিৰ্দেশত যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ অভিযান চলিছে ।






























