Fire In Amingaon:আমিনগাঁও ৰে’লৱে বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

ভস্মীভূত হয় ছখনকৈ ব্যৱসায়ীক প্রতিষ্ঠান

fire 2

Fire In Amingaon:

মহানগৰীৰ পাশ্বৰ্ৱতী আমিনগাঁও ৰে’লৱে বজাৰত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷অগ্নিকাণ্ডৰ খবৰ লাভ ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ অহৰহ প্ৰচেষ্টাৰ অন্ততত জুই নিবাপন কৰিবলৈ সক্ষম হয় ৷অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় ছখনকৈ ব্যৱসায়ীক প্রতিষ্ঠান ৷ জুইত জাহ যায় পাঁচ লক্ষাধিক টকাৰ সা- সামগ্ৰী ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাতৰ সন্দেহ কৰা হৈছে ৷

Exit mobile version