Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati Child Dead Incident: মহানগৰীৰ আৰ্যনগৰত নলাত পৰি শিশুৰ মৃত্যু ঘটনাই জোকাৰিছে গুৱাহাটীবাসীক

ঘটনা সন্দর্ভত কনষ্ট্রাকচন কোম্পানীৰ তিনিজন বিষয়াক গ্ৰেপ্তাৰ ফটাশিল- আমবাৰী আৰক্ষীৰ

publisher by publisher
September 5, 2025
in News, Assam, Crime
Reading Time: 1 min read
0
Guwahati Child Dead Incident: মহানগৰীৰ আৰ্যনগৰত নলাত পৰি শিশুৰ মৃত্যু ঘটনাই জোকাৰিছে গুৱাহাটীবাসীক
0
SHARES
4
VIEWS
ShareShareShareShare

Guwahati Child Dead Incident:

মহানগৰীৰ আৰ্যনগৰৰ এ কে আজাদ ৰোডত দুৰ্ভাগ্যজনকভাৱে খেলি থকা অৱস্থাতে ঘৰৰ সন্মুখৰ নিৰ্মীয়মাণ পদপথৰ উন্মুক্ত অংশৰে নলাত সৰি পৰি তিনিবছৰীয়া সুনিত কুমাৰ নাদৰ নিস্পাপ শিশুৱে বুধবাৰে প্ৰাণ হেৰুৱাই ৷ এই ঘটনাই জোকাৰিছে গুৱাহাটীবাসীক৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিচতে থৰকাছুটি হেৰুৱা ফটাশিল- আমবাৰী আজি আৰক্ষীয়ে আজি বিআইপিএল কনষ্ট্রাকচন কোম্পানীৰ তিনিজন বিষয়াক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন বিষয়া কেইগৰাকী হ’ল বিআইপিএলৰ সঞ্চালক অবিনাশ ভাটিয়া,ডেপুটি প্ৰজেক্ট মেনেজাৰ প্ৰসেনজিৎ কাকতি আৰু সুৰক্ষা অভিযন্তা কৌশিক গগৈ ।

ADVERTISEMENT

ফটাশিল- আমবাৰীৰ এ কে আজাদ ৰোডৰ বাসিন্দা সকলৰ অভিযোগ বিআইপিএল নামৰ কনষ্ট্রাকচন কোম্পানীটোৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে উন্মুক্ত হৈ আছিল নলাটো ৷ ফলত কৰুণ মৃত্যুক সাবটিলবলগীয়া হৈছিল শিশুটি ৷

RelatedPosts

Congress MLA:বৃহস্পতিবাৰে গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ তিনি বিধায়কে

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

CRPF Established Day :মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

উল্লেখযোগ্য বুধবাৰৰৰ ঘটনাটো এক হত্যাকাণ্ড বুলিও স্থানীয় ৰাইজে অভিযোগ কৰে। কাৰণ সেতুৰ লগতে নলা নির্মাণ কার্য অতি বিপজ্জনকভাবে চলাই থকা হৈছে। নিশাৰ কথা বাদেই, দিনতেই মানুহ নির্মীয়মাণ পদপথৰে খোজ কাঢ়ি যোৱাটো অতি বিপজ্জনক হৈ পৰিছে। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈ এই কাম কৰি অহা হৈছে। প্রশাসনো অস্তিত্বহীন।

পৌৰ নিগমৰ স্থানীয় পাৰিষদৰ পৰা আৰম্ভ কৰি আৰক্ষী, জিলা প্ৰশাসনৰ প্ৰতিনিধি কোনেও এই ধৰণৰ বিপজ্জনক পৰিৱেশক ন্যূনতমো গুৰুত্ব দিয়া নাই। স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে। তেনে অভিযোগ অৰণ্যৰোদনত পৰিণত হৈছে। গতিকে নিজৰ ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত কালি যিদবে শিশুটিয়ে প্রাণ হেৰুৱালে, সেয়া প্রকাৰান্তৰে এক হত্যা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। কালিৰ ঘটনাটোক লৈ স্থানীয় বহু লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত বৃহস্পতিবাৰে পুৱা দীর্ঘ সময় ব্যস্ত এ কে আজাদ ৰোড সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

ৰাইজে কৰা পথ অৱৰোধত আৰক্ষীও দৌৰি আহে। নানান কূট কৌশলৰে আৰক্ষীয়ে পথ অৱৰোধ প্রত্যাহাৰ কৰিবলৈ ৰাইজক বাধ্য কৰায়। পথ অৱৰোধক লৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ বিপৰীতে কালিৰে পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত কোনো থিয় হোৱা নাই। প্ৰশাসনৰ লোক, স্থানীয় জনপ্রতিনিধি, ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতিনিধি, কাৰো ওচৰত শিশুটি হেৰাই যোৱা ঘটনাটোৰ মূল্য নাই। আৰ্যনগৰৰ বাসিন্দা ব্যৱসায়ী অজয় দাসে কয়, ‘উৰণ সেতু আৰু পদপথ নিৰ্মাণৰ নামত আমাৰ গোটেই অঞ্চলটোত এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰা হৈছে।

কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈ নির্মাণকার্য চলাই থকা হৈছে। সাধাৰণ ৰাইজৰ প্ৰতি কাৰো দায়িত্ব নাই। তেওঁলোকৰ বেপৰোৱা কাৰ্যব পৰিণাম কি হ’ব পাবে, তাৰ প্ৰতি ন্যূনতমো গুৰুত্ব নাই। পদপথত যেনি-তেনি লোহা ওলাই আছে। সেইবোৰত লাগি বহু লোক আঘাতপ্রাপ্ত হৈছে। আমাৰ ৰাইজে নিৰ্মাণৰ দায়িত্বত থকাসকলক এই বিষয়ে বহুবাৰ অভিযোগ দিছে; অথচ অভিযোগৰ প্ৰতি কোনো গুরুত্ব নাই। শেষত কালি এটা জীবনেই শেষ হৈ গ’ল। তাৰ পাছতো যেন কাৰোবেই দায়িত্ব নাই। মুঠতে এক অৰাজক পৰিস্থিতি হৈছে। সেইবাবে আজি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।’ কালি ঘটনা সংঘটিত হোৱা অংশটোকে ধৰি পদপথটোত ২০টা স্থান উন্মুক্ত হৈ আছে আৰু সেইবোৰত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নাই।

ইপিনে, বৃহস্পতিবাৰে শিশুটিৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। খেলি থকা অৱস্থাতে নলাত সৰি পৰা শিশুটি বহু সময় ধৰি ঘৰৰ মানুহে দেখা পোৱা নাছিল। তেতিয়াহে বিচাৰ-খোচাৰত নামিছিল। -এটা চিচি কেমেৰাত শিশুটি নলাত পৰাৰ দৃশ্য আবদ্ধ হৈছিল। তেনেদৰেহে শিশুটিৰ সন্ধান ওলাইছিল। নলাটো প্রায় সাত ফুট দ। তাত চাৰি ফুট পানী আছিল। সেই পানীত ওপঙি আছিল শিশুটিৰ নিথৰ দেহ। এনেদৰে হঠাৎ সন্তানক হেৰুওৱা ঘৰখনত বিৰাজ কৰিছে অবর্ণনীয় পৰিৱেশ। পিতৃ-মাতৃ, ককাক-আইতাক, আনকি চুবুৰীয়াও  শোকত দগ্ধ। পিতৃ-মাতৃক সান্ত্বনা দিবলৈ কাৰো ভাষা নাই। তাৰ মাজতে যন্ত্রবৎ  আজি মৰণোত্তৰ পৰীক্ষাৰ সময়ত জিএমচি এইছত উপস্থিত থাকে। শোকত দগ্ধ মাতৃ মূহূর্তে মুহূর্তে মূছকছ যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BIPL Three Officers ArrestedChild dead incidentCM ORDERExposed DrainsFatasil ambari policeHimanta Viswa Sarma
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d