Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Tribute to Dr.Bhupen Hazarika: ভূপেনদালৈ শ্রদ্ধাঞ্জলি

publisher by publisher
September 8, 2025
in News, India
Reading Time: 1 min read
0
Tribute to Dr.Bhupen Hazarika: ভূপেনদালৈ শ্রদ্ধাঞ্জলি
1
SHARES
6
VIEWS
ShareShareShareShare

Tribute to Dr.Bhupen Hazarika: ভূপেনদালৈ শ্রদ্ধাঞ্জলি

# নৰেন্দ্ৰ মোদী

আজি আঠ ছেপ্টেম্বৰৰ দিনটো, ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন। বিশেষকৈ, অসমৰ মোৰ ভাই-ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড:ভূপেন হাজৰিকাৰ আজি জন্ম শতবার্ষিকী। আপোনালোক সকলোরে জানে যে চলিত বৰ্ষতে তেওঁৰ জন্ম শতবার্ষিকী উদযাপনৰ আৰম্ভণি হৈছে। এয়া ভাৰতীয় কলাত্মক প্রকাশ আৰু জন সচেতনতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ।

ADVERTISEMENT

ভূপেনদাই আমাক যি দিলে, সেয়া সংগীততকৈ অধিক সুদূৰপ্ৰসাৰী। তেওঁ ৰচনাৰাজিত কেৱল সুৰকে নহয়, আবেগকো মূর্ত কৰি তুলিছিল। কেবল এক কণ্ঠতকৈ তেওঁ আছিল ৰাইজৰ হৃদস্পন্দন। কে’বাটাও প্রজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে, যাৰ গীতৰ প্রতিটো শব্দতে মমতা, সামাজিক ন্যায়, ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

অসমৰ পৰা এনে এক কণ্ঠৰ আবিৰ্ভাৱ হৈছিল, যাৰ কণ্ঠস্বৰ ভৌগোলিক সীমা আৰু সংস্কৃতি অতিক্রমী, মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বোঁৱতী নদীৰ দৰেই বৈ গৈছিল। ভূপেনদাই সমগ্র বিশ্ব ভ্রমণ কৰিছিল, সমাজৰ সকলো শ্ৰেণীৰ দিগ্‌গজক লগ পাইছিল, তথাপি তেওঁ অসমৰ শিপাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল। অসমৰ চহকী মৌখিক পৰম্পৰা, লোকগীত আৰু সমুদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেওঁৰ শৈশৱক গভীৰভাবে গঢ় দিছিল। এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দ ভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল। তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি-নিয়মক কঢ়িয়াই লৈ ফুৰিছিল।

ভূপেনদাৰ প্ৰতিভা অতি কম বয়সতে স্পষ্ট হৈ পৰিছিল। মাত্র পাঁচ বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। কৈশোৰ কালতে তেওঁ প্রথমটো গীত বাণীবদ্ধ কৰিছিল। কিন্তু সংগীত তেওঁৰ ব্যক্তিত্বৰ এটা অংশহে আছিল। ভূপেনদা আছিল অন্তৰত এজন বুদ্ধিজীবী… কৌতূহলী, স্পষ্টবাদী আৰু পৃথিৱীখনক বুজি পোৱাৰ এক অতৃপ্ত হেঁপাহৰ দ্বাৰা পৰিচালিত ব্যক্তি। জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিয়ে তেওঁৰ মনত গভীৰ ছাপ পেলোৱাৰ লগতে অনুসন্ধিৎসু মনোভার গাঢ় কৰি তুলিছিল।

শিকাৰ এই আগ্রহৰ বাবে তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পাৰদৰ্শিতা দেখুওৱাই নহয়, এই উদ্যমে তেওঁক আমেৰিকালৈ লৈ গৈছিল, য’ত তেওঁ সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ, চিন্তাবিদ আৰু সংগীতজ্ঞসকলৰ স’তে মত বিনিময় কৰিছিল। তেওঁ মহান শিল্পী তথা নাগৰিক অধিকাৰৰ নেতা পল ৰবছনক লগ পাইছিল। ৰবছনৰ গীত ‘অল মেন ৰিভাৰ’ ভূপেনদাৰ বহুল সমাদৃত ‘বিস্তীর্ণ পাৰৰে’ গীতটোৰ সৃষ্টিত প্ৰেৰণা হৈ পৰিছিল। আমেৰিকাৰ প্ৰাক্তন ফার্স্ট লেডী এলিন’ৰ ৰছভেল্টে ভাৰতীয় লোকসংগীত পৰিৱেশনৰ বাবে তেওঁক সোণৰ পদক প্রদান কৰিছিল।

ভূপেনদাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল। ৰেডিঅ’ৰ পৰা থিয়েটাৰ, চলচ্চিত্ৰৰ পৰা শিক্ষামুলক তথ্যচিত্রলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল। তেওঁ যি ঠাইলৈকে গৈছিল, তাতেই যুৱ প্রতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল। তেওঁৰ ৰচনাসমূহ গীতিময় হোৱাৰ লগতে তাত সামাজিক বার্তাও আছিল, যিয়ে দুখীয়াৰ ন্যায়, গ্রামোন্নয়ন, সাধাৰণ নাগৰিকৰ ক্ষমতা ইত্যাদি বিষয় সামৰি লৈছিল। সংগীতৰ জৰিয়তে তেওঁ নাৱৰীয়া, চাহ বাগিচাৰ শ্রমিক, মহিলা, কৃষক আদিৰ আকাংক্ষাক ফুটাই তুলিছিল। পুৰণি স্মৃতি সতেজ কৰাৰ লগতে ভূপেন দাৰ ৰচনাসমূহ আধুনিকতাক চোৱাৰ এক শক্তিশালী মাধ্যম হৈ পৰিছিল। বিশেষকৈ সামাজিকভাবে পিছপৰা শ্ৰেণীৰ বহু লোকে তেওঁৰ সংগীতৰ পৰা শক্তি লাভ কৰাৰ লগতে আশাৰ ৰেঙণি দেখিছিল।

ভূপেন হাজৰিকাৰ জীৱন যাত্ৰাত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এক শক্তিশালী দিশ পৰিস্ফুট হৈছিল। তেওঁৰ ৰচনাসমূহে ভাষিক আৰু আঞ্চলিক সীমা অতিক্রম কৰি সমগ্র দেশৰ মানুহক একত্রিত কৰিছিল। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল। তেওঁ অসমক ভাৰতৰ বাকী অংশৰ বাবে দৃশ্যমান আৰু ইয়াৰ কণ্ঠ শুনিবলৈ যোগ্য কৰি তুলিছিল। ৰাজ্যবাসী আৰু সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা অসমীয়া উভয়বে বাবে আধুনিক অসমৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত তেওঁ অৰিহণা যোগাইছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

ভূপেনদা এজন ৰাজনৈতিক ব্যক্তি নাছিল যদিও, জনসেৱাৰ জগতখনৰ স’তে সংযুক্ত হৈ থাকিল। ১৯৬৭ত তেওঁ অসমৰ নাওবৈচা সমষ্টিৰ পৰা নির্দলীয় বিধায়ক হিচাপে নির্বাচিত হোৱাত তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব জনসাধাৰণৰ আস্থাত কিমান গভীৰভাৱে শিপাই আছিল সেয়া স্পষ্ট হৈ পৰিছিল। যদিও তেওঁ কেতিয়াও পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপি আনৰ সেৱাৰ প্রতি তেওঁৰ আবেগ অত্যন্ত প্রভাবশালী আছিল।

ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে বিগত বছৰবোৰত তেওঁৰ অপৰিসীম অবদানক স্বীকৃতি দি আহিছে। পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাস্কে বঁটাকে ধৰি কে’বাটাও বঁটাৰে তেওঁক সম্মানিত কৰা হয়। ২০১৯ ত আমাৰ কার্যকালত তেওঁক ভাৰতৰত্ন সম্মান প্রদান কৰাটো মোৰ ব্যক্তিগতভাবে তথা এনডিএ চৰকাৰৰ বাবেও এক সম্মানৰ কথা আছিল। সমগ্ৰ বিশ্বৰ মানুহে, বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে তেওঁক প্রদান কৰা এই সম্মানত আনন্দিত হৈছিল। এই সম্মানে ভূপেনদাই হৃদয়ৰ নিভৃত কোণত ৰখা নীতিক উদ্যাপন কৰিছিল, যিটো হৈছে সংগীতে সত্যৰ ওপৰত ভিত্তি কৰি সকলো বাধা অতিক্রম কৰিব পাৰে। কিয়নো এটা গীতে এটা জনগোষ্ঠীৰ সপোনৰ ওজন বহন কৰিব পাৰে আৰু সমগ্র বিশ্বৰে হৃহৃদয় স্পর্শ কৰিব পাৰে।

২০১১ ত ভূপেনদাৰ মৃত্যুৰ সময়ৰ স্মৃতি মোৰ মনত আছে। টেলিভিছনত দেখিছিলো তেওঁৰঅন্ত্যেষ্টিক্রিয়াত কেনেদৰে লাখ লাখ জনতাই অংশ লৈছিল। সেই সময়ত প্রতিগৰাকী ব্যক্তিৰ চকু সেমেকি উঠিছিল। মৃত্যুৰ সময়তো তেওঁৰ বর্ণিল জীৱনৰ দৰেই সমগ্র জনতাক একত্রিত কৰিছিল। ব্ৰহ্মাপুত্র নদীৰ পাৰৰ জালুকবাৰীৰ পাহাৰৰ দাঁতিত তেওঁক সৎকাৰ কৰাটো উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে, কিয়নো এই নদীখন তেওঁৰ সংগীত, উপমা আৰু স্মৃতিৰ জীৱনৰেখা আছিল। যুৱক-যুৱতীসকলৰ মাজত তেওঁৰ জীৱন যাত্ৰাক জনপ্রিয় কৰি তোলাৰ বাবে কাম কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম-কাজত অসম চৰকাৰে সহযোগিতা আগবঢ়োৱাটো আনন্দৰ কথা।

ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক আমাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। তেওঁৰ গীতবোৰ আজিও শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই গাই আহিছে। তেওঁৰ সংগীতে আমাক দয়ালু আৰু সাহসী হ’বলৈ শিকাইছে। এই গীতবোৰে আমাক আমাৰ নদী, আমাৰ শ্রমিক, আমাৰ চাহ বাগিচা, আমাৰ নাৰী শক্তি আৰু আমাৰ যুৱ শক্তিক স্মৰণ কৰিবলৈ অনুপ্রাণিত কৰে। এই গীতবোৰে আমাক বৈচিত্র্যতাৰ মাজত ঐক্যত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে।

ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। আহক, তেওঁৰ জন্ম শতবৰ্ষ আৰম্ভহোৱাৰ এই শুভক্ষণত তেওঁৰ বাৰ্তা দূৰ-দূৰণিলৈ প্ৰচাৰ-প্ৰসাৰৰ সংকল্প পুনৰ দৃঢ় কৰো। এই সংকল্পই লগতে আমাক সংগীত, শিল্প আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে যুৱ প্রতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ আখৰা থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও অনুপ্রাণিত কৰিব বুলি আশা কৰিলো।

ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্রকল্প ধলা- শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে। তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হৃদয়ক সংযোগ কৰে, এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: azarika100th anniversaryNarendra ModiSpl ArticlesTribute to dr.Bhupen Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d