Bjp join:
এসময়ত কোচ ৰাজবংশী ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দিয়া আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আজি পিন্ধিব গেৰুৱা বসন ৷ ইয়াৰ পূবে কিছুদিন কংগ্ৰেছ দলত আছিল যদিও কমদিনৰ ভিতৰতে দলটো ত্যাগ কৰি সামাজিক কামত জড়িত থাকে ৷
আনহাতে গেৰৱা বসন পিন্ধিব লগীয়া আন সকল নেতা হ’ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য গোপা পাঠক, প্ৰদীপ ৰায় আৰু পৰিষদৰ মনোজ ৰয় আৰু সদস্য দীপজ্যোতি ৰায় ৷ একেদৰে বিজেপিত যোগদান কৰিব অসম জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি
নগেন ৰায় ৷
ADVERTISEMENT






























