Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশৰ ধৰ্মীয় স্থানসমূহত কূটনৈতিক ষড়যন্ত্ৰৰ পৰিকল্পনা

চোৰাংচোৱাই বিফল কৰিলে আইছিছৰ দুটা মডিউল

publisher by publisher
September 17, 2025
in India, News
Reading Time: 1 min read
0
দেশৰ ধৰ্মীয় স্থানসমূহত কূটনৈতিক ষড়যন্ত্ৰৰ পৰিকল্পনা
0
SHARES
1
VIEWS
ShareShareShareShare

ISIS: ✒️ভাৰতীয় চোৰাংচোৱাই বিফল কৰিলে দেশৰ ধৰ্মীয় স্থানসমূহত কূটনৈতিক ষড়যন্ত্ৰৰ পৰিকল্পনা । এসপ্তাহৰ ভিতৰতে ভাৰতত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ দুটা মডিউলৰ কাৰ্যকলাপ উদঙাই দিছে তদন্তকাৰীয়ে। উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু বোমা নিৰ্মাণ সামগ্ৰীও ।

ADVERTISEMENT

তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি সেই মডিউলসমূহৰ স’তে ইছলামিক ষ্টেট (আই এছ) উগ্ৰপন্থী সংগঠনৰ স’তে ডিজিটেল সংযোগৰ প্ৰমাণ পোৱা গৈছে।

RelatedPosts

কূটনৈতিক পৰিকল্পনা? ৰাঞ্চিৰ পৰা গ্রেপ্তাৰ সন্দেহকজনক ISIS উগ্ৰপন্থী

Young Boy From Panbazar To ISIS:মহানগৰীৰ পানবজাৰৰ পৰা আই এছ আই এছলৈ এজন যুৱক

Iraq Blast : ইৰাকৰ উত্তৰ কিৰকুকত কনভয় লক্ষ্য কৰি বিস্ফোৰণ, নিহত আঠজন আৰক্ষী, গুৰুতৰভাৱে আহত দুই

দিল্লী আৰক্ষীৰ বিশেষ কোষে ঝাৰখণ্ড, তেলেংগানা, বেংগালুৰু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত অভিযান চলাই প্ৰথমটো মডিউলটোৰ অনুসন্ধান লাভ কৰে।

মডিউলটোৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচজন যুৱক- আশ্বাৰ ডেনিছ, আফতাব কুৰেছি, চুফিয়ান খান, মহম্মদ হুজাইফ ইয়ামান আৰু কামৰাণ কুৰেশ্বীক।

তেওঁলোকৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।তদন্তত প্ৰকাশ পাইছে যে মডিউলটোৰ উদ্দেশ্য আছিল কূটনৈতিক ষড়যন্ত্ৰ। উল্লেখ্য যে,কেবাটাও ধৰ্মীয় স্থানত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল ।

পাছত তদন্তকাৰীয়ে আন এটা উগ্ৰপন্থী মডিউল উদ্ধাৰ কৰে।যিটো অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰত অৱস্থিত ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, ঝাৰখণ্ড, বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীত তদন্ত আৰম্ভ কৰিছে ।

অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু ৰাসায়নিক বোমা নিৰ্মাণ সামগ্ৰীৰ উপৰিও কেবাটাও ডিজিটেল যন্ত্ৰ আৰু নথি-পত্ৰও উদ্ধাৰ কৰা হয়।

ডিজিটেল ডিভাইচৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চিৰাজ আৰু সমীৰ নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি নৱ প্ৰজন্মক উছটনি দিছে।

তথ্য অনুসৰি এই মডিউলবোৰ পাকিস্তানৰ পৰাই চলোৱা হৈছিল! তদন্তকাৰী সূত্ৰইও বিভিন্ন প্ৰমাণ লাভ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ISIS
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d