Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নগাঁৱৰ ৰাজপথত কলম বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে পিতৃ-মাতৃহীন কিশোৰীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ জীৱন গাথা

publisher by publisher
September 28, 2025
in News, Assam
Reading Time: 1 min read
0
নগাঁৱৰ ৰাজপথত কলম বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে পিতৃ-মাতৃহীন কিশোৰীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ জীৱন গাথা
2
SHARES
19
VIEWS
ShareShareShareShare

Nagaon:✒️নগাঁও চহৰৰ ৰাজপথত আৰু বজাৰত কলম বিক্রী কৰি কঠোৰ জীৱন সংগ্রামত ব্রতী হৈছে এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে। এই কিশোৰীগৰাকীৰ নাম জেচমিন চুলতানা। পিতৃহাৰা কিশোৰীগৰাকীৰ মাক অন্য পুরুষৰ স’তে বিবাহপাশত আবদ্ধ হৈছে। বর্তমান আইতাকৰ স’তে কিশোৰীগৰাকী থাকে। বৃদ্ধা আইতাক অসুস্থ হোৱা হেতুকে পৰিয়াল পোহপাল দিবলৈকে তেওঁ জীবিকারূপে কলম বিক্ৰী কৰা পথটোকে বাছি লৈছে।

ADVERTISEMENT

উল্লেখ্য যে নগাঁও চহৰৰ সমীপৰ কাৱৈমাৰী নিৱাসী নেকিবুৰ ৰহমান নামৰ লোকজনে দুমাহ পূর্বে ৰোগত আক্রান্ত হৈ অকাল মৃত্যুক সাবটি লৈছে। তাৰ পাছতেই নেকিবুৰৰ পত্নীয়ে এই কিশোৰীগৰাকীক এৰি থৈ অন্য এজন লোকৰ স’তে দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছে। লগে লগে কিশোৰীগৰাকীৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

জেচমিন চুলতানা নামৰ কিশোৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোরা মতে, তাই স্থানীয় এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চতুর্থ শ্রেণীত পঢ়ি আছিল যদিও ধনৰ অভাৱত বর্তমান স্কুল যোৱা নাই। অৱশ্যে চৰকাৰী শিক্ষানুষ্ঠানত তেওঁক কোনেও নামভর্তি কৰাই দিয়া নাই বুলিও উল্লেখ কৰে। এইদৰে আইতাকব স’তে থকা কিশোৰীগৰাকীৰ ঘৰৰ আর্থিক দুৰৱস্থাই ফুলকুমলীয়া বয়সতে কলম বিক্রী কবি দুপইচা উপার্জন কৰাৰ দৰে সংগ্ৰামৰ পথলৈ তেওঁক আনে।

কিশোৰীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, তেওঁ নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ কিতাপৰ দোকানৰ পৰা পাইকাৰী দৰত কলমসমূহ ক্রয় কবি তাক চহৰখনৰ বিভিন্ন স্থানত ঘুৰি ফুৰি এটা-দুটাকৈ সেইবোৰ বিক্ৰী কৰে। দিনটোত তিনিশ টকাৰ পৰা পাঁচশ টকা পর্যন্ত উপার্জন কৰে।

মৰমলগা কিশোৰীগৰাকীয়ে হাতত কলম লৈ আকুলতাৰে যেতিয়া কোনো লোকক সেইটো ক্ৰয় কৰিবলৈ অনুৰোধ জনায় তেতিয়া বছতেই তেওঁক বিমুখ নকৰে। বহুতেই আকৌ পাঁচ টকা দামৰ কলমটো ১০ টকা, আন বহুতেই ১০ টকা দামৰ কলমটো ২০ টকা দিও ক্রয় কৰে।

কালি নগৰৰ ক্লক টাৱাৰৰ সম্মুখত জিলাখনৰ একাংশ সচেতন নাগৰিকে কলম ক্রয় কৰি কঠোৰ জীবন সংগ্রামত ব্রতী হোৱা কিশোৰীগৰাকীক উৎসাহ জনোৱা পৰিলক্ষিত হয়। এইদৰে বহুতেই কিশোৰীগৰাকীক দুপইচা বেছিকৈ দি হ’লেও তেওঁৰ কৰ্মৰ প্রতি উৎসাহ জনায়। কিশোৰীগৰাকীয়ে লগতে জনায় যে তেওঁ আনৰ ঘৰত কাম নকৰে নাইবা আনৰ ঘৰত থাকি বিদ্যালয়লৈও নাযায়।

আইতাকৰ লগত থাকিবলৈ দি বিদ্যালয়ত যোৱাৰ সুবিধা কৰি দিলে পুনৰ কিশোৰীগৰাকী নিয়মিতভাবে বিদ্যালয়লৈ যাব বুলি মন্তব্য কৰে। ভবিষ্যতে কি কৰিব সেয়া কিশোৰীগৰাকীয়ে নাজানো বুলি মন্তব্য কৰা এই কিশোৰীগৰাকীক সহায় কৰিবলৈ কোনো সদাশয় ব্যক্তি-সংগঠন ওলাবনে, সেয়া এতিয়া এক ডাঙৰ প্রশ্ন হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nagaon
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d