Poachers arrested:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ উদ্দেশ্যৰে বাহৰ পাতি থকা তিনি কুখ্যাত চোৰাং চিকাৰীক মাৰাণস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষী ৷ মাজুলী আৰক্ষীৰ খবৰৰ ভিত্তিত গহপুৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই মাজুলীৰ মনোজ পায়েং,নাৰায়ণপুৰৰ কিৰন পেগু, আৰু গহপুৰৰ মুহিকান্ত পেগুক এটা 3not3 rifle আৰু ৯ জাই সজীৱ গুলি সহ গ্ৰেপ্তাৰ কৰে ৷

ADVERTISEMENT



































