অসমে অতিবাহিত কৰিলে জুবিন বিহীন ৩০ টা দিন !

z1 1

Zubeen Garg:✒️জুবিন গাৰ্গ বিহীন এটা মাহ । প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিতি যেন আজিও মানি লব পৰা নাই জুবিন অনুৰাগীয়ে ।

এমাহ পূৰ্বে আজিৰ দিনটোতে অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অতি হৃদয়বিদাৰক আৰু মানি লব নোৱাৰা এই খবৰ ।

খবৰটো পাইয়ে স্তব্ধ পৰিল অসম । ১৯ ছেপ্টেম্বৰৰ দিনটোতে ছিংগাপুৰৰ ভাহি আহিছিল অসমবাসীয়ে কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো।

‘জুবিন গাৰ্গ আৰু নাই’’, ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ হেৰাই থাকিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।

Exit mobile version