Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

স্পেইনত উদ্ধাৰ হোৱা বিশ্বৰে সবাতোৈ পুৰণি সুৰাক লৈ গৱেষণা অব্যাহত

মানৱ শৰীৰে সলনি কৰে সুৰাৰ ৰাসায়নিক গঠন! দুহেজাৰ বছৰৰ পাছতো আছে 'অক্ষত'

publisher by publisher
October 23, 2025
in world, News
Reading Time: 1 min read
0
স্পেইনত উদ্ধাৰ হোৱা বিশ্বৰে সবাতোৈ পুৰণি সুৰাক লৈ গৱেষণা অব্যাহত
1
SHARES
11
VIEWS
ShareShareShareShare

Oldest wine : ✒️স্পেইনৰ কাৰম’না মহানগৰৰ এটা পৰিয়ালে ছবছৰ পূৰ্বে নিজৰ গৃহ মেৰামতি তথা পুনৰ নিৰ্মাণৰ উদ্দেশ্যে ঘৰৰ মজিয়া খনন কৰোতে এটা বন্ধ ৰোমান সমাধি উদ্ধাৰ হয়। শিলৰ কে’বাটাও তৰপৰ তলত শ শ বছৰ ধৰি সুপ্ত হৈ থকা এই সমাধিৰ কক্ষত টাব, কারুশিল্প আদি উদ্ধাৰ হয়। এই ক্ষেত্রত সকলোকে চমকিত কৰা এক সামগ্রীও উদ্ধাৰ হয়।

ADVERTISEMENT

এই সামগ্রী আছিল ৪.৫ লিটাৰ সুৰা। দুহেজাৰ বছৰৰ পাছতো এই সুৰা ‘অক্ষত’ অৱস্থাত উদ্ধাৰ হয়। সুৰাখিনি বন্ধ পাত্ৰত ৰখা অৱস্থাত উদ্ধাৰ হয়। এই সুৰা এটা সমাধি টাবত উদ্ধাৰ হয়। তাৰ কাষতে এজন লোকৰ মৃতদেহৰ অৱশিষ্ট অংশ আৰু এটা সোণৰ আঙঠি উদ্ধাৰ হয়। আঙঠিটোত অৱস্থান্তৰৰ ৰোমান দেৱতা জানুছৰ চিত্রও অংকিত আছে। এই প্রাচীন ৰোমান সমাধিত উদ্ধাৰ হোৱা সুৰাবিধ মাহৰ পাছত মাহ ধৰি পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে।

RelatedPosts

১৬ অনূর্ধ্ব বয়সৰ বাবে এইবাৰ সামাজিক মাধ্যম নিষিদ্ধ স্পেইনত

নিৰ্দিষ্ট সময়ৰ পূৰ্বে অফিচলৈ আহি বৰ্খাস্ত কৰ্মচাৰী

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

ইয়াৰ জৰিয়তে গৱেষকসকলে তথ্য উদ্ধাৰ কৰিছে যে শ শ বছৰ ধৰি মাটিত পোত খাই থকাৰ ফলত এই সুৰাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিছে আৰু মৃত ব্যক্তিজনৰ দেহৰ ছাইৰ সংস্পর্শলৈ আহিছে। এই সম্পর্কত শেহতীয়াকৈ ‘জার্ণেল অব আর্কিঅ’লজিকেল ছায়েন্সঃ ৰিপ’ৰ্টছ’ শীর্ষক পত্রিকাত প্রকাশিত এক প্রতিবেদন অনুসৰি, কাৰম’না নগৰত উদ্ধাৰ হোৱা এই সুৰাই হৈছে বিশ্বৰ সবাতোকৈ প্রাচীন সুৰা। দুহেজাৰ বছৰ পুৰণি এই সুৰাই প্রত্নতত্ত্ববিদ আৰু সুৰা বিষয়ক অধ্যয়নকাৰীসকলক সমানে শিহৰিত কৰিছে।

কাৰণ এই সুৰা সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত উদ্ধাৰ হৈছে। ইয়াৰ পূর্বেও প্রাচীন সুৰা উদ্ধাৰ হৈছে যদিও কাৰম’নাত উদ্ধাৰ হোৱা সুৰাৰ দৰে অক্ষত অৱস্থাত উদ্ধাৰ হোৱা নাই। উদাহৰণ স্বৰূপে আঠ হেজাৰ বছৰ পুৰণি জিঅ’জিয়ান যুগৰ এটা মাটিৰ পাত্ৰত সুৰাৰ অৱশিষ্ট অংশ উদ্ধাৰ হৈছিল। এই সুৰা নামতহে আছিল।

অর্থাৎ সুৰাৰ নামত কিম্বনকৃত কিছু আঙুৰ উদ্ধাৰ হৈছিল। এই সুৰাৰ ক্ষেত্ৰত বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষাৰ বাবে উন্নত প্রযুক্তি ব্যৱহাৰ কৰে। ইয়াৰ সহায়ত টাৰটাৰিক এচিদ আৰু আঙুৰৰ অন্যান্য জৈৱিক উপাদান চিনাক্ত কৰা হয়। এই সুৰা নিঅ’লিথিক যুগৰ এটা ঝাৰত উদ্ধাৰ হৈছিল। এই সুৰাৰ স’তে কাৰম’না সুৰাৰ পাৰ্থক্য আছে। কাৰণ এই অতি প্রাচীন সুৰা এতিয়াও তৰল ৰূপত আছে।

একেদৰে এতিয়াও সুৰা ৰাসায়নকি উপাদানসমূহ চিনাক্ত কৰিব পাৰি আৰু এই উপাদানসমূহ ৰোমান যুগৰ বুলি নির্ভুলভাৱে চিহ্নিত কৰিব পাৰি। এই সুৰাৰ প্ৰকৃতি পৰীক্ষণ কৰিবলৈ ক’ৰ্ডবা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক উচ্চ পাৰদৰ্শিতাৰ তৰল ক্রমেট’গ্রাফী আৰু স্পেক্ট’মেট্রী ব্যৱহাৰ কৰে। এই উন্নত প্রযুক্তিৰ জৰিয়তে সুৰাবিধৰ পৰা কুৱেৰচেটিন, নেৰিনজেনিন আৰু এটিজেনিনৰ লেখীয়া যৌগ পৃথকীকৰণ কৰা হয়। এই তৰলৰ পিএইছৰ স্তৰ ৭.৫তকৈ অধিক।

অৰ্থাৎ এই প্রাচীন সুৰাৰ পিএইছ সচৰাচৰ পোৱা আধুনিক সুৰাতকৈ বহুগুণে বেছি। তদুপৰি এই প্রাচীন সুৰাত উচ্চ হাৰৰ পটাছিয়াম, কেলচিয়াম আৰু মেগনেচিয়াম পোৱা গৈছে। ইয়ে প্রমাণ কৰে যে শর ভস্মধাৰৰ পাত্ৰটোৰ মানৱ মৃতদেহৰ অৱশিষ্ট অংগৰ স’তে সুৰাখিনিৰ ৰাসায়নিক বিক্রিয়া ঘটে। ইয়াৰ দ্বাৰা প্রমাণ হৈছে যে মানুহৰ শৰীৰে সুৰাক ৰাসায়নিক গঠনৰ ফালৰ পৰা সলনি কৰিব পাৰে।

উল্লেখ্য যে প্রাচীন ৰোমান সমাধিস্থলত সুৰাৰ উপস্থিতি এটা আচহুৱা ঘটনা নহয়। কাৰণ সুৰা আছিল প্রাচীন ৰোমানসকলৰ দৈনন্দিন জীৱন যাত্ৰাৰ অবিচ্ছেদ্য অংগ। দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈয়ো প্রাচীন ৰোমানসকলে সুৰা আগবঢ়াইছিল। আনকি মৃত্যুৰ পাছত পান কৰিবলৈয়ো কফিনত সুৰা ৰখাৰ নিয়ম প্ৰচলিত আছিল। পাছত মানুহৰ শৰীৰৰ সংস্পৰ্শত এই সুৰাৰ ৰাসায়নিক পৰিৱৰ্তন সাধন হয়।

অৱশ্যে সামাজিক ক্ষেত্রত প্রতিপত্তি থকা সকলক সমাধিস্থ কৰোতেহে সুৰা ৰখাৰ নিয়ম আছিল। কাৰম’নাত উদ্ধাৰ হোৱা প্ৰাচীন ৰোমান সুৰাবিধৰ সমাধিত মুঠ আঠটা টাব বা ভস্মধাৰ উদ্ধাৰ হৈছে। এগৰাকী প্রাচীন ৰোমান নাৰীৰো সমাধি উদ্ধাৰ হৈছে। অৱশ্যে তেওঁৰ সমাধিত সুৰা উদ্ধাৰ হোৱা নাই। এই সমাধিত সুগন্ধি (পার্ফিউম)ৰ বটল, ৰত্ন আৰু মুগাৰ কাপোৰৰ টুকুৰা উদ্ধাৰ হৈছে।

উল্লেখ্য যে প্রাচীন ৰোমান আইনে মহিলাৰ সুৰা সেৱন নিষিদ্ধ কৰিছিল। এই কথা প্রাচীন ৰোমান সাহিত্যত পোৱা যায়। গতিকে প্রাচীন ৰোমান সমাজ পুৰুষতান্ত্রিক আছিল বুলি চর্চা হয়। অৱশ্যে কাৰম’নাত উদ্ধাৰ হোৱা এই সুৰা খোৱাৰ উপযোগী হৈ থকা নাই। এজন গৱেষকে এই সুৰাৰ স্বাদ পৰীক্ষা কৰিছে।

গৱেষকজনে জনায় যে এই সুৰা নিমখীয়া। ইয়ে প্রতিপন্ন কৰে যে সুৰাবিধে মৃত লোকজনৰ হাড়ৰ পৰা খনিজ দ্রব্য শোষণ কৰি লয়। এই সম্পৰ্কত গৱেষকজনে কয় যে যদিও এই সুৰা বিষাক্ত নহয়, তথাপি ইয়াৰ ৰাসায়নিক পৰিৱৰ্তনে সুৰাবিধক সম্পূৰ্ণৰূপে সুকীয়া যৌগত পৰিণত কৰিছে।

এই সুৰাবিধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিশেষত্বটো হ’ল যে ইয়াৰ সংৰক্ষণ। দুহেজাৰ বছৰৰ পাছতো সুৰাবিধ অক্ষত তথা তৰল অৱস্থাতে উদ্ধাৰ হোৱাটোৱে গৱেষকসকলক শিহৰিত কৰিছে। গৱেষকসকলৰ মতে, এবিধ তৰলক দুহেজাৰ বছৰ ধৰি অক্ষত অৱস্থাত ৰাখিবৰ বাবে কেতবোৰ কাৰকৰ বিৰল সংমিশ্রণ ঘটাব লাগিব।

ইয়াৰ বাবে প্রথমে লাগিব এটা বন্ধ পাত্র, স্থিৰ পৰিৱেশগত অৱস্থা আৰু অণুজীৱৰ অনুপ্ৰৱেশৰ অনুপস্থিতি। শিল কাটি কাৰম’নাৰ সমাধিক্ষেত্ৰ তৈয়াৰ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়ে সুৰাবিধৰ বাবে একপ্ৰকাৰ ঢালত পৰিণত হয়। অর্থাৎ ইয়ে বতৰৰ পৰিৱৰ্তনৰ পৰা পৰিৱৰ্তনেই নহয়, লুটপাটকাৰী আৰু ৰাসায়নিক দ্ৰব্যৰ উপদ্ৰৱৰ পৰা সুৰাবিধক সুৰক্ষা দিয়ে।

অৱশ্যে সুৰা সংৰক্ষণ সম্পৰ্কত কোনো দিক নির্দেশনা থকাৰ কোনো প্রাচীন ৰোমান নথিপত্ৰ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। পণ্ডিতসকলে বিশ্বাস কৰে যে সুৰাই প্রাচীন ৰোমান যুগত বহু ভূমিকা পালন কৰিছিল। ধর্মীয় কাম-কাজতো সুৰা ব্যৱহাৰ হৈছিল।

শেহতীয়া এই আৱিষ্কাৰে আন এক নতুন দিশো মুকলি কৰে। সেয়া হৈছে সুৰাই আধ্যাত্মিক সংযোগৰ ভূমিকা পালন কৰিছিল। বলি-বিধানৰ ক্ষেত্ৰতো সুৰাৰ প্ৰচলন গুৰুত্বপূৰ্ণ আছিল। উল্লেখ্য যে জার্মানীত উদ্ধাৰ হোৱা স্পেয়াৰ বটলক বিশ্বৰ সবাতোকৈ পুৰণি তৰল সুৰা বুলি একাংশই আখ্যা দিয়ে। এই সুৰা চতুৰ্থ শতিকাৰ আছিল বুলি বিশ্বাস কৰা হয়। এই সম্পৰ্কীয় তথ্যৰ শুদ্ধতাক লৈ বিতর্ক অব্যাহত আছে।

ইয়াৰ বিপৰীতে কাৰম’নাত উদ্ধাৰ হোৱা সুৰাবিধক লৈ এনে বিতৰ্কৰ অৱতাৰণা হোৱা নাই। প্রত্নতত্ত্ববিদসকলেও এই সুৰা দুহেজাৰ বছৰ পুৰণি বুলি বিনা বাক্যব্যয়ে মানি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: SPAINwine
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d