Heroin Seized In Badarpur:
বদৰপুৰ ৰে’ল আৰক্ষীৰ অভিযানত জব্দ পাঁচ কোটি টকাৰ হে’ৰইন ৷বদৰপুৰ ৰে’ল ষ্টেচনত জব্দ কৰা হেৰ’ইন খিনি। জব্দকৃত হে’ৰইন খিনিৰ পৰিমাণ হ’ল ২ কেজি ১.৬২ গ্রাম ৷
ৰে’ল আৰক্ষীয়ে এই চাৰি সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহ কেইটা হ’ল মদন মণ্ডল , অসিত মণ্ডল,উজ্জ্বল মণ্ডল আৰু অমল মণ্ডল ৷
ADVERTISEMENT




































