হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

4n7fgn7o lpg price

Gas Cylinder:✒️আজি হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। সংশোধিত মূল্য অনুসৰি আজি দেশত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪.৫ টকাৰ পৰা ৬.৫ টকালৈ হ্ৰাস পাইছে।

অৱশ্যে অপৰিৱৰ্তিত হৈ আছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য।

Exit mobile version