GMC New Commissioner:গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰ দায়িত্ব গ্ৰহণ এচিএছ বিষয়া চিন্ময় প্রকাশ ফুকন

mm

GMC New Commissioner:

গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত ৰূপে দায়িত্ব লাভ এচিএছ বিষয়া চিন্ময় প্রকাশ ফুকন ৷ আজি জ্যেষ্ঠ এচিএছ বিষয়া গৰাকীয়ে জিএমচিৰ পানবজাৰস্থিত কাৰ্যালয়ত আয়ুক্তৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ৷

উত্তৰ- পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ সমস্যাসমূহ পাৰ্যমানে সমাধানৰ উদ্যোগ ল’ব বুলি উল্লেখ কৰি আয়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত মহানগৰবাসীৰ আশানুৰূপ পৰামৰ্শ ও সহযোগিতা কামনা কৰে।

Exit mobile version