Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Election Officer Pressmeet in Janata bhawan:ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন !

জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি ৰাজ্যিক নির্বাচন বিষয়াৰ, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োৰ ব্যাপক তৎপৰতা, আজিৰ পৰা ২১ নৱেম্বৰলৈ ছপা হ'ব ভোটাৰৰ তথ্য ২০ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব বিএলঅ

publisher by publisher
November 18, 2025
in Assam
Reading Time: 1 min read
0
State Election Officer Pressmeet in Janata bhawan:ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন !
1
SHARES
13
VIEWS
ShareShareShareShare

State Election Officer Pressmeet in Janata bhawan:

আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ব্যৱস্থা গ্রহণ কৰিছে। সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে অসমৰ ৰাজ্যাক নির্বাচনী বিষয়ালৈ এই সন্দর্ভত জৰুৰী নির্দেশনা প্ৰেৰণ কৰে। উল্লেখ কৰা অনুসৰি আজিৰ পৰা অহা ২১ নৱেম্বৰলৈ সকলো নথিপত্র, জাননী আৰু নিৰ্বাচনী বিষয়াৰ প্রশিক্ষণ সংক্রান্তীয় তথ্যবোৰ ছপোৱা হ’ব। ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্ববলৈ বুথ পৰ্যায়ৰ বিষয়াসকল মানুহৰ ঘৰে ঘৰে যাব আৰু ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব।

ADVERTISEMENT

আনহাতে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ব্যৱস্থা গ্রহণ কৰাৰ সন্দৰ্ভত আজি জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যিক নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় ,এই দিন কেইটাৰ ভিতৰতে ভোটগ্রহণ কেন্দ্ৰৰ পুনৰ বিন্যাস, ভোটাৰ তালিকাৰ বিসংগতি আদিও আঁতৰ কৰা হ’ব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হ’ব। ২৭ডিচেম্বৰত খচৰা ভোটাৰ তালিকা একাশ পাব। খচবা ভোটাৰ তালিকাৰ ওপৰত ওজৰ আপত্তি থাকিলে ১৯ ডিচেম্বৰলৈ ৰাইজে আপত্তি দর্শাব পাৰিব। দুই ফেব্ৰুৱাৰীৰ পূর্বে অভিযোগসমূহ নিষ্পত্তি কৰা হ’ব আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব।

RelatedPosts

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

Raijor Dal Pressmeet :আমি বিচৰা ১৮ টা সমষ্টিৰ ভিতৰত মাত্র ৪টা আমাক দিছে:ভাস্কো দি শইকীয়া

সংবাদমেলত ৰাজ্যিক নির্বাচনী বিষয়া গৰাকীয়ে আৰু কয় যে,১,৫০০-১,২০০লৈ হ্রাস কৰা হ’ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা৷ এনেক্ষেত্ৰত ৰাজ্যত বৃদ্ধি হ’ব ১,৮২৬টা ভোটকেন্দ্র ৷

আনহাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব মৃত্যু হোৱা লোকসকলৰ নাম ৷একেদৰে ঠিকনা সলনি হোৱা লোকৰ নাম নির্দিষ্ট এটা স্থানতহে হ’ব অন্তর্ভুক্ত ৷ সকলো যোগ্য লোকৰ নাম অন্তর্ভুক্ত হ’ব ভোটাৰ তালিকাত ৷ ইয়াৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব অযোগ্যসকলৰ নাম ৷ সম্পূৰ্ণভাবে ভাৰতীয় নাগৰিকৰ নাম অন্তর্ভুক্ত হ’ব ভোটাৰ তালিকাত ৷

সংবাদমেলত আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিনাংক সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী বিষয়া গৰাকীয়ে কয়,ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন |

উল্লেখ্য যে অসমত এছআইআৰৰ পৰিৱৰ্তে এই বিশেষ ভোটাৰ তালিকা সংশোধনী প্রক্রিয়া চলাবলৈ সিদ্ধান্ত লৈছে নির্বাচন আয়োগে। অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বাবে এছআইআৰ ব্যৱস্থা প্রত্যাহাৰ কৰা হৈছে।

ইফালে নিৰ্বাচনৰ আয়োগৰ অসমৰ ক্ষেত্রত লোৱা এই বিশেষ সিদ্ধান্তক আদৰণি জনাইছে লণ্ডনত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ এই ব্যৱস্থাই নির্বাচনী প্রক্রিয়া তথা ভোটাৰ তালিকাক স্বচ্ছতা প্রদান কৰিব। অসমে নির্বাচন আয়োগৰ এই পদক্ষেপত সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anurag GoelJanata BhawanPressmeetState Election Officer
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d