Fire:যোগীঘোপাৰ ভৰালকুণ্ডীত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত মুৰ্গীৰ ফার্ম

farm

Fire:

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ভৰালকুণ্ডীত পুৱতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। ভয়াৱহ অগ্নিকাণ্ডক ভস্মীভূত হয় এখন মুৰ্গীৰ ফার্ম ৷ ফাৰ্ম খনত আছিল প্ৰায় ২৩০০ মুৰ্গীৰ পোৱালী। অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷

Exit mobile version