Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

 ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

publisher by publisher
November 22, 2025
in Tech
Reading Time: 1 min read
0
 ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে
2
SHARES
15
VIEWS
ShareShareShareShare

ATM :

আপুনি কেতিয়াবা আপোনাৰ বন্ধুৰ কাৰ্ড এটিএম মেচিনত আৱদ্ধ হৈ পৰাৰ অভিজ্ঞতা বা শুনিছেনে? এইটো বহুতৰে বাবে কঠিন পৰিস্থিতি হ’ব পাৰে। এনে পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো অতি প্রয়োজনীয়। অন্যথা আপোনাৰ একাউণ্টৰ পৰা সকলো টকা হেৰাই যাব পাৰে। সেই মুহূর্তত আপুনি কৰিব পাৰে সেই বিষয়ে আজিৰ প্ৰতিবেদনত আলোকপাত কৰা হৈছে।

ADVERTISEMENT

‘হটলিষ্ট’ বা এটিএম কার্ড ‘ব্লক’

যদি আপুনি এটিএমত টকা উলিয়াবলৈ যায় আৰু মেচিনত সুমুৱাই দিওঁতে আপোনাৰ কাৰ্ড আৱদ্ধ হৈ পৰে। তাৰ পাছত ২৪ ঘণ্টাই খোলা থকা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত ফোন কৰি আপোনাৰ কার্ডখন ‘হটলিষ্ট’ বা ‘ব্লক’ কৰক। কার্ড ‘হটলিষ্টিঙ’ৰ অৰ্থ হ’ল সকলো অকর্তৃত্বশীল লেনদেনৰ পৰা হাত সাৰিবলৈ আপোনাৰ ক্রেডিট বা ডেভিট কার্ড স্থায়ীভাৱে ব্লক কৰা। ইয়াৰ ফলত আপোনাৰ কাৰ্ড সুৰক্ষিত হৈ থাকে।

RelatedPosts

খুচৰো সংকট দূৰ কৰিবলৈ নতুন উদ্যোগ

কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

বেংকৰ নিৰ্দেশনা

আপোনাৰ বেংকৰ গাইডলাইন জানিব লাগে। এছবিআই, এইছডিএফচি, আইচিআইচিআই আৰু এক্সিছৰ দৰে সকলো ডাঙৰ ৰাষ্ট্ৰীয় বেংকে তেওঁলোকৰ গ্ৰাহকক প্রয়োজনীয় পৰামৰ্শ আগবঢ়ায়। যাৰ ভিতৰত আছে এটিএমৰ পৰ্দাত প্রদর্শিত বার্তাটো ভালদৰে পঢ়া।

টোল ফ্রী নম্বৰত ফোন কৰক

তৎক্ষণাত আপোনাৰ বেংক একাউণ্টৰ টোল ফ্রী নম্বৰত ফোন কৰক আৰু তেওঁলোকক তৎক্ষণাত কাৰ্ডখন ব্লক কৰিবলৈ নিৰ্দেশ দিয়ক। কাৰণ এটিএমত আৱদ্ধ হৈ আছে। আপুনি সঠিক এটিএম নম্বৰ, স্থান আৰু সঠিক সময়ৰ বিষয়ে তথ্য প্রদান কৰাটো নিশ্চিত কৰক।

কি কৰাৰ পৰা আঁতৰি থাকিব লাগে ?

আপুনি কি কৰিব নালাগে সেইটো মন কৰাটো অধিক গুৰুত্বপূৰ্ণ। আৱদ্ধ হৈ থকা এটিএম কাৰ্ডৰ বাবে আতংকিত নহ’ব। ইয়াৰ ফলত আপোনাৰ সময় নষ্ট হোৱাই নহয়, আপোনাৰ ধনো বিপদত পৰিব। লগতে পৰিস্থিতিৰ বিষয়ে সঠিকভাৱে বুজি নাপালে আপোনাৰ বিপদ বৃদ্ধি পাব। দুয়োটা বিষয় মনত ৰাখক আৰু আপোনাৰ বেংক একাউন্ট সুৰক্ষিত ৰখাৰ বাবে সঠিক, বুদ্ধিমান পদক্ষেপ লওক। যদি কাৰ্ডখন আৱদ্ধ হৈ পৰে, তেন্তে ঘৰলৈ গৈ পিছদিনা সমস্যাটো সমাধানৰ আশা কৰাৰ পৰিৱৰ্তে আশাব্যঞ্জক সমাধান নোপোৱালৈকে সেই ঠাইতে থাকক। ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ATMBanking
publisher

publisher

Related Posts

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী
Tech

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

February 2, 2026
আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?
Tech

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

January 15, 2026
বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন
Tech

বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

January 11, 2026
২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ
Tech

২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

January 5, 2026
AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়
Tech

AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

December 6, 2025
এবছৰলৈ ভাৰতত বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব চেটজিপিটি
News

October 29, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d