MLA Sherman Ali Ahmed suspended:
আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনত সদনৰ কামকাজ প্ৰশ্নোত্তৰ ঘন্টাৰে অব্যাহত থকাৰ মাজতে সদনৰ পৰা নিলম্বন কৰা হ’ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক ৷
ADVERTISEMENT
বিধায়ক আহমেদে সদনত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিলৰ তথ্য উল্লেখ কৰা নাই বুলি কৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ এই সন্দৰ্ভত অধ্যক্ষই আহমেদক বুজনি দিয়াৰ চেষ্টা কৰে যদিও কোনো সহাৰী নোপোৱাত বিধানসভাৰ অধ্যক্ষই নিলম্বন কৰে আহমেদক ৷




































