BTC:
বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্যক মনোনীত কৰিলে ৰাজ্যপালে। আটাই কেইগৰাকী পাৰিষদ ছটা জনগোষ্ঠীৰ নেতা ৷ মনোনীত পাৰিষদ কেই গৰাকী হ’ল ৰাজবংশী জনগোষ্ঠীৰ কৰ্মেশ্বৰ ৰায়, ৰাভা জনগোষ্ঠীৰ ৰতন চন্দ্ৰ ৰাভা গোর্খা সম্প্ৰদায়ৰ নন্দলাল মগৰ, কোচ সম্প্ৰদায়ৰ হেম প্রভা দেৱী, কলিতা সম্প্ৰদায়ৰ অজয় কুমাৰ হাজৰিকা আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰিদিপ কুমাৰ ডেকা ৷
ADVERTISEMENT




































