Narendra Modi:✒️উষ্ণতা বৃদ্ধি পোৱা পৃথিৱীখনত সেউজ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰাটোৱেই একমাত্ৰ কৰ্তব্য। চাৰি ডিচেম্বৰ অৰ্থাৎ আজি আন্তঃৰাষ্ট্ৰীয় চিতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া এই বাৰ্তা।
ADVERTISEMENT
আজি এক্স হেণ্ডেলত দিয়া বাৰ্তাত তেওঁ লিখে,প্ৰজেক্ট চিতা’ পৰিৱেশৰ হেৰাই যোৱা ঐতিহ্য পুনৰুদ্ধাৰৰ প্ৰচেষ্টা, লগতে সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী প্ৰেমীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।






























