Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

CITU Rally:যন্ত্রণাকাতৰ পৰিৱেশৰ মুক্তি বিচাৰি বজ্রনিনাদ

মহানগৰীত হেজাৰ হেজাৰ কৃষক-শ্রমিকে কঁপালে ব্ৰহ্মপুত্ৰৰ পাৰ, অসমত গণতন্ত্র-আইনৰ শাসন-সাংবিধানিক অধিকাৰ ধোঁৱাচাঙত, 'শ্রমজীৱী মানুহ অচিনাকি নহয়'

publisher by publisher
December 15, 2025
in Uncategorized
Reading Time: 1 min read
0
CITU Rally:যন্ত্রণাকাতৰ পৰিৱেশৰ মুক্তি বিচাৰি বজ্রনিনাদ
1
SHARES
13
VIEWS
ShareShareShareShare

CITU Rally:

বিজেপি চৰকাৰৰ শাসনকালত সাধাৰণ জনতাই যন্ত্রণাকাতৰ জীৱন নির্বাহ কৰিবলগীয়া হৈছে। গতিকে আসন্ন ২০২৬ত বিজেপি চৰকাৰৰ অপশাসন ওফৰাই দিয়াৰ হুংকাৰৰে দেওবাৰে হেজাৰ হেজাৰ শ্রমিক-কৃষকৰ বজ্রনিনাদত কঁপি উঠিল গুৱাহাটীৰ মহাবাহুৰ পাৰ।

ADVERTISEMENT

চিআইটিইউ, অসম ৰাজ্যিক কৃষক সভা আৰু কৃষি শ্রমিক ইউনিয়নৰ আহ্বানত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি হেজাৰ হেজাৰ লোক মহানগৰীৰ লাচিত ঘাটত সমবেত হৈ বিজেপি চৰকাৰৰ শ্রমিক-কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রাম গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰে।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, সাম্প্রদায়িক ৰাজনীতি আৰু শম বিধিৰ বিৰুদ্ধে আয়োজিত এই বৃহৎ শমিক, কৃষক তথা কৃষি শ্রমিকৰ সমাৱেশত চিপিআই(এম)ব বিধায়ক মনোৰঞ্জন তালুকদাৰ, বাঁও গণতান্ত্রিক আন্দোলনৰ নেতা সুপ্রকাশ তালুকদার, প্রাক্তন সাংসদ উদ্ধর বর্মন, শ্রমিক নেতা দেবেন ভট্টাচার্য আদিয়ে অংশগ্রহণ কৰি বিজেপি চৰকাৰৰ শ্রমিক কৃষক বিৰোধ নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

সমাবেশত মুখ্য বক্তাৰূপে অংশগ্রহণ কৰি চিপিআই(এম)ব নেতা সুপ্রকাশ তালুকদাৰে হেজাৰ হেজাৰ শ্রমিক-কৃষকক সম্বোধন কৰি কয়, ‘বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে যিমানেই টকা প্ৰচাৰ নকৰক, আজিৰ দৰে মানুহ আনি গুৱাহাটীত সমরেত কৰিব নোৱাৰে। ইয়াত অচিনাকি মানুহ এজনো নাই।’ মুখ্যমন্ত্রীয়ে সঘনাই কৈ অহা ‘অচিনাকি মানুহ’ব প্রসংগ টানি আনি তালুকাদবে লগতে কয়, ‘আম্বানী আদানী টাটাক মাতি আনি মুখ্যমন্ত্রীয়ে এটকা বিঘাত অসমৰ মাটি গতাই দিছে। তেওঁলোকে অসমত খেতি কৰা নাই, শ্রম কৰা নাই। সেয়ে সেই মানুহহে আমাৰ কাৰণে অচিনাকি শ্রমজীরী মানুহ আমাৰ কাৰণে অচিনাকি নহয়।’ লগতে আজি অসমৰ কোনজন শ্রমিকে উপযুক্ত প্রাপ্য লাভ কৰিছে বুলি প্রশ্ন উত্থাপন কৰি তালুকদাৰে কয়, ‘শ্রমিকৰ ন্যূনতম মজুৰি চৰকাৰী আইন মতে তিনি বছৰৰ মূৰে মূৰে সলনি কৰিব লাগে। ১০ বছৰ হৈ গ’ল অসমত ন্যূনতম মজুৰি এনেদৰে আছে;

অথচ মন্ত্রী-বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ আনে। তেওঁলোকৰ কি নাই? মুখ্যমন্ত্রীৰ পত্নীৰ কি নাই? চাৰিওফালে মাটি, চাহ বাগিচাৰ মালিক। তেওঁলোকক আৰু দৰমহা লাগে, সা-সম্পত্তি লাগে। সাধাৰণ যিসকল আঁচনিভুক্ত কর্মী, তেওঁলোকক কণা হাঁহক পতান দিয়াৰ দৰে কেইটকামান দিয়ে। এই শ্রেণীৰ লোকসকল কেনেকৈ চলিব? আজি আশা, অংগনবাড়ী কর্মীসকলক চৰকাৰী চাকৰি কৰা বুলি কৈ মাহত ১৫শ টকা, তিনি হেজাৰ টকা দিয়ে। নামতহে চৰকাৰী চাকৰি, দিয়ে মাননি। এই মাননি দি কৈছে যে এইসকলে অৰুণোদয় লাভ নকৰে।’ চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দর্ভতো চিপিআই (এম) ৰাজ্যিক সম্পাদকজনে প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘এক লাখ চাকৰি দি মুখ্যমন্ত্রী ড° হিমস্ত বিশ্ব শৰ্মাৰ বুকু এতিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বুকুৰ দৰে বহল হৈ গৈছে। প্রধানমন্ত্রী মোদীৰ বুকু বোলে ৫৬ ইঞ্চি, মুখ্যমন্ত্রী ড: শর্মানো কম নহয়।

যিসকলে চাকৰি কৰে, যিসকলে চাকৰি পালে তেওঁলোকে জানে। এজন মানুহক ১০টা পদৰ বাবে নিৰ্বাচন কৰিলে, হিচাপত আহিল; কিন্তু এটা পদতহে এজন নিযুক্ত হ’ল। কিমান নতুন পদ সৃষ্টি কৰিলে? এফালে এক লাখ চাকৰি আৰু আনফালে নিবনুৱা সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমত বোলে উন্নয়নৰ গংগা বৈছে। বিপৰীতে অসমৰ হেজাৰ হেজাৰ যুৱক-যুৱতীয়ে আজি পৰিয়াল চলাবলৈ বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে। অসমত যদি উন্নতিয়েই হৈছে, তেন্তে অসমৰ গাঁওসমূহ কিয় খালী হৈ যাবলৈ ধৰিছে?’ চৰকাৰে আজি বাগিচাৰ শ্রমিকক মাটি দিবলৈ বাধ্য হৈছে।

তালুকদাৰে কয় যে মুখ্যমন্ত্রীৰ বদান্যতাৰ বাবে এয়া হোবা নাই, অখিল ভাৰতীয় চাহ মজদুৰ সংঘই দীঘদিন ধৰি দাবী কৰি আহিছিল যে মাটি, মজুৰি, মর্যাদা দিবই লাগিব। কেতিয়াবা মুখ্যমন্ত্রী ড’ শর্মাই দাবী উত্থাপন কৰি পাইছিলনে যে বাগিচাৰ শ্রমিকক মাটিৰ অধিকাৰ দিব লাগে? নির্বাচনৰ সম্মুখত মাটি দিব বুলি কৈছে; কিন্তু মর্যাদা কেতিয়া বুলি তেওঁ প্রশ্ন কৰে।

ইফালে, এই সমাৱেশ পৰিচালনা কৰে চিআইটিইউৰ ৰাজ্যিক সভাপতি দীনেশ নায়ক, কৃষি শ্রমিক ইউনিয়নৰ নেতা অজিত দাস, কৃষক সভাব নেতা টিকেন দাস, হাচিম আলী আৰু ননী কিচন ফুকনক লৈ গঠিত সভাপতি মণ্ডলীয়ে। সমাৱেশৰ আৰম্ভণিতে ঘন ডেকা আৰু তেওঁৰ সংগীবৃন্দই গণসংগীত পৰিবেশন কৰাৰ লগতে সমরেতসকলে প্রাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পর্ণ কৰে। সমাৱেশত অংশগ্রহণ কৰা আন এজন মুখ্য বক্তা বিধায়ক মনোৰঞ্জন তালুকদাৰে ভাষণত কয় যে আগন্তুক ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ অপশাসনৰ ওৰ পেলাব পাৰিলেহে শমিক-কৃষকৰ জীবন নির্বাহৰ যন্ত্রণা কমিব। সেয়ে বিজেপিক পৰাস্ত কৰাৰ বাবে সৰ্বস্তৰৰ শ্রমিক-কৃষক আৰু কৰ্মাৰীৰ বৃহত্তৰ ঐক্য গঢ়ি তোলাটো এই সময়ৰ জৰুৰী কর্তব্য।

সমাৱেশত চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শর্মা, অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক গজেন বর্মন, অসম কৃষি শ্রমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞা, অসম শ্রমজীবী মহিলা সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়িকা ইন্দিৰা নেৱাৰেও বক্তব্য প্রদান কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। বক্তাসকলে কয় যে অসমত বিজেপিৰ মিত্রজোট চৰকাৰৰ দুটা কার্যকাল প্রায় সমাপ্ত হ’বলৈ হৈছে। এই সময়ছোৱাত কেন্দ্রতো বিজেপিৰে চৰকাৰ চলি আছে। বিজেপি চৰকাৰৰ কাৰ্যকালত সাধাৰণ মানুহ বিশেষকৈ শ্রমিক, কৃষক, কৃষি শ্রমিক, ছাত্র, যুৱ, মহিলা, জনজাতি, সংখ্যালঘু, দলিতসকল চৰম বঞ্চনা আৰু অপশাসনৰ বলি হৈছে।

স্বয়ং চৰকাৰী তথ্যৰ পৰাই প্রমাণিত হৈছে যে বিগত সময়ছোৱাত পুষ্টি, স্বাস্থ্য, শিক্ষা, নিযুক্তিকে ধৰি মানৱ সম্পদ উন্নয়নৰ সুচাংকত ভাৰত বিশ্বত ক্রমান্বয়ে পিছুৱাই গৈ আছে। একে সময়তে অসমখনো ভাৰতীয় সুচাংকত দেশৰ ভিতৰতে শেষৰ ফালে আছে। কেন্দ্ৰ আৰু ৰাজ্যৰ উভয় চৰকাৰ বৰ্তমান বৃহৎ পুঁজিপতিৰ স্বার্থ ৰক্ষাতহে ব্যক্ত হৈ পৰিছে বুলি তেওঁলোকে অভিযোগ কৰে। লগতে বক্তাসকলে কয় যে পুঁজিপতি গোষ্ঠীৰ নিৰ্দেশত চৰকাৰে পূৰ্বৰ শ্রম নীতি, পেন্সন নীতি, কৃষি নীতি, শুল্ক নীতি, শিক্ষানীতি, স্বাস্থ্য নীতিব ব্যাপক পৰিবর্তন ঘটাইছে আৰু চাৰি শ্রম সংহিতাকে ধৰি বহুকেইটা শ্রমিক, কৃষক আৰু কৃষি শ্রমিক বিৰোধী নতুন নীতি গ্রহণ কৰিছে।

বাজহ্বা খণ্ডৰ দ্রুত ব্যক্তিগতকৰণৰ বাবে ৰাষ্ট্ৰীয় মুদ্রাকৰণ পাইপলাইন কার্যকৰী কৰিছে। বহু সংগ্রাম আৰু ত্যাগৰ বিনিময়ত অর্জন কৰা আঠ ঘণ্টা কামৰ সময় এতিয়া শ্রমকোড প্রয়োগৰ মাধ্যমত ১২-১৪ ঘণ্টালৈ সম্প্রসাৰিত কৰা হৈছে আৰু শ্রমিক-কর্মচাৰীৰ স্থায়ীকৰণৰ সকলো ব্যৱস্থা প্রত্যাহাৰ কৰা হৈছে। ফচলৰ ন্যূনতম সমর্থন মূল্যৰ প্ৰক্ৰিয়া ৰাজ্যত প্রায়েই পলমকৈ কার্যকৰী কৰা, জটিল সংগ্রহ প্রক্রিয়াব বাবে সাধাৰণ কৃষক এমএছপিৰ পৰা লাভবান হ’ব পৰা নাই বুলিও তেওঁলোক ভাষণত উল্লেখ কৰে। সমান্তৰালভারে শ্রমিক-কৃষক নেতাকেইজনে কয় যে ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিক প্রতিফলিত কৰি সাম্প্রতিক সময়ত ইয়াৰ প্রত্যক্ষ বলি হৈছে জৰুৰীকালীন সেরা ১০৮ৰ গাড়ী চালকসকল। বঞ্চনাৰ বিৰুদ্ধে ন্যায়সংগত প্রতিবাদ কৰাৰ তথাকথিত অপৰাধত তিনি হেজাতকৈ অধিক শ্রমিক-কর্মচাৰীক নিষ্ঠুবভারে কর্মচ্যুত কৰা হৈছে। ৰাজ্যত বহু মজলীয়া আৰু ক্ষুদ্র উদ্যোগ বন্ধ হৈছে আৰু একে সময়তে স্থায়ী নিযুক্তি বন্ধ কৰি ঠিকাভিত্তিক নিযুক্তিৰে যুৱসমাজক অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিয়া হৈছে। অসমৰ খাৰুৱা তেল, কয়লা উত্তোলন পুঁজিপতিৰ হাতত তুলি দিবলৈ উঠিপৰি লাগিছে। পামতেল, নেপিয়াৰ কৃষিৰ বাবে ৰাজ্যৰ লাখ লাখ বিঘা মাটি পুঁজিপতিক প্রায় বিনামূল্যে প্রদান কৰিছে বুলি বক্তাসকলে কয়।

আনহাতে, অসমৰ সম্পদ আৰু মাটিৰ ওপৰত বৃহৎ পুঁজিপতিৰ আধিপত্য বিস্তাৰৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক হাৰত উচ্ছেদ অভিযান চলাই আছে বুলি বক্তাসকলে অভিযোগ কৰি কয় যে উচ্ছেদক সাম্প্রদায়িকীকৰণ কৰা হৈছে। সাম্প্রদায়িক বিদ্বেষক স্বয়ং মুখ্যমন্ত্রীয়ে ৰাজহুৱাকৈ পৃষ্ঠপোষকতা কৰিছে। অন্যায়ৰ বিৰুদ্ধে প্রতিবাদৰ পথ বন্ধ কৰা হৈছে। গণতন্ত্র আক আইনৰ শাসন, সাংবিধানিক অধিকাৰ অসমত এতিয়া ধোঁৱাচাঙত। একেদৰে অসমত মুখ্যমন্ত্রী ড: শৰ্মা চৰকাৰৰ কে’বাটাও বিভাগত দুর্নীতিৰ বিয়াগোম অভিযোগ সংবাদ মাধ্যমত প্রকাশ হৈ আছে।

মুখ্যমন্ত্রী পৰিয়ালৰ হাতত অগাধ সম্পত্তি গোট খোৱা বুলি ব্যাপক অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্রীৰ ঘনিষ্ঠ বহুকেইজন মন্ত্রীৰ বিৰুদ্ধেও অবাধ দুর্নীতির অভিযোগ উঠিছে। জলসিঞ্চন মন্ত্রী অশোক সিংহলে ক্ষমতাৰ অপব্যৱহাৰ কৰি অসংখ্য মাটি-সম্পত্তি গোটোৱা বুলি তথ্য সহকাৰে অভিযোগ বিধানসভাত উত্থাপিত হৈছে। মুঠতে সর্বস্তৰত চৰকাৰী পৃষ্ঠপোষকতাত অধঃপতন ঘটিছে বুলি তেওঁলোকে কয়। জনসাধাৰণে এই অবস্থাৰ পৰিৱৰ্তন বিচাৰিছে বুলি উল্লেখ কৰি চৰকাৰৰ জনবিৰোধী নীতি, সাম্প্রদায়িক ৰাজনীতি আৰু শ্রমকোডৰ বিৰুদ্ধে প্রৱল প্রতিবোধ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বক্তাসকলে।

উল্লেখ্য যে এই সমাবেশৰ জৰিয়তে তেওঁলোকে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তকবি দোষীক শান্তি প্রদান বৰা, বৃহৎ পুঁজিপতিৰ স্বাৰ্থত জাৰি কৰা শ্রম বিবিৰ জাননী প্রত্যাহাৰ কৰা, চাহ বাগানত কর্মবত সকলো শ্রমিকক মাটি পট্টা, মজুৰি আৰু মর্যাদা পোৱাটো নিশ্চিত কৰা, অসমৰ সৰ্বস্তৰৰ শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি ২৬ হেজাৰ টকা ধার্য কৰা, কামৰ সময় আঠ ঘণ্টা অব্যাহত ৰখা, অংগনৱাড়ী কর্মী-সহায়িকা, আশাকর্মী আৰু বন্ধন কর্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া, নতুন পেন্সন নীতি প্রত্যাহাৰ কৰি পুৰণি পেন্সন নীতি অব্যাহত ৰাখা, পুঁজিপতিৰ স্বার্থত চলাই থকা উচ্ছেদ অভিযান বন্ধ কৰা, উচ্ছেদিতৰ বিকল্প ব্যবস্থা নিশ্চিত কৰা, কৃষকৰ স্বার্থ সুৰক্ষিত কৰি সুস্থ ভূমিনীতি গ্রহণ কৰা, সময়মতে সকলো ফলৰ বাবে এমএছপি ঘোষণ কৰা, প্রতি পঞ্চায়তত ফচলৰ চৰকাৰী সংগ্রহ কেন্দ্র স্থাপন কৰা, সকলো খেতিপথাৰ জলসিঞ্চনৰ আওতালৈ না আদি দাবী উত্থাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CITU RallyGuwahatiLachit ghat
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d